প্ৰিয়ংকা গান্ধীৰ লক্ষ্য এইবাৰ তেলেংগানা !
কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰচাৰৰ গুৰু দায়িত্বভাৰ লৈ এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পোনে পোনে পালেগৈ তেলেংগানা।তেলেংগানাত সোমবাৰে তেওঁ এক যুৱ সন্মিলনত অংশ লৈ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে যুৱকসকলৰ বাবে একো কামেই নকৰিলে বুলি বৰ্তমানৰ শাসক…