সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লকডাউন : বঞ্চিত ৫০% শিশু

ক’ৰোনাৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ সময়ত ভয়ানক চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হৈছে শিশু আৰু অভিভাৱকসকল৷ লকডাউনৰ সময়ছোৱাত প্ৰায় ৫০ % শিশু টীকাকৰণৰ পৰা বঞ্চিত হ’ল৷ মাক -দেউতাকে শিশুসকলক টীকা প্ৰদানৰ বাবে সময়মতে স্বাস্থ্যকেন্দ্ৰলৈ…

ভোকেল ফৰ লোকেল : চেতন ভগতে এয়া কি ক’লে ?

আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ‘ভোকেল ফৰ লোকেল’ হ’বলৈ আহ্বান জনাইছিল৷ মঙলবাৰে কৰা সম্বোধনৰ সময়ত তেওঁ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আহ্বানো জনাইছিল৷ কিন্তু মোদীৰ সমৰ্থক বুলি পৰিচিত জনপ্ৰিয়…

ক’ৰোনাতকৈ ভয়াৱহ : ৬৮ % ৰ মৃত্যুৰ কাৰণ

ভাৰতত ৫ বছতৰতকৈ কম বয়সৰ শিশুৰ ৬৮ শতাংশৰে মৃত্যুৰ কাৰণ হ’ল শিশু আৰু মাকৰ অপুষ্টি৷ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইণ্ডিয়া ষ্টেট ডিজিজ বাৰ্ডেন ইনিটিয়েটিভ’ শীৰ্ষক এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনৰ মতে ,২০০০ চনৰ তুলনাত ২০১৭ চনলৈ শিশুৰ…

পুনৰ বাতিল ৰে’লৰ চলাচল

দেশত ক’ৰোনাৰ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিপ্ৰেক্ষিতত সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল পুণৰ বাতিল কৰিছে ৰে’ল বিভাগে৷ অহা ৩০ জুনলৈকে কোনো যাত্ৰীবাহী ৰে’ল নচলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ উল্লেখ্য যে ,যোৱা ১২ মে’ৰ পৰা আৰম্ভ হৈছিল ১৫ খন…

ক’ৰোনা : চীনক অতিক্ৰম কৰাৰ পথত ভাৰত

ভয়াৱহ ৰূপত বাঢ়িছে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ কেৱল বুধবাৰৰ দিনটোতে অসমত ১৫ গৰাকী লোক নতুনকৈ ক’ভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ • ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৭২২ গৰাকী লোক৷ বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৮,০০৩ ৷…

চিৰদিনৰ বাবে থাকি যাব ক’ৰোনা ভাইৰাচ !

ক'ৰোনা ভাইৰাচক লৈ পুনৰ সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক'ৰোনা ভাইৰাচ চিৰদিনৰ বাবে আমাৰ মাজত থাকি যাব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিষয়ৰ সঞ্চালক মাইক ৰায়ানে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদমেলত বুধবাৰে কয়- 'এই…

আজি ১৪ মে’ৰ লগত আছে ফেচবুকৰ বিশেষ সম্পৰ্ক

আজি ১৪ মে’৷ আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা জানি লওঁ আহক- • ১৯৭৩:আমেৰিকাৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে সেনা বাহিনীত মহিলাক সমঅধিকাৰ প্ৰদান কৰে৷ • ১৯৮৪: ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ জন্ম৷ • ১৯৯১: নেলচন মেণ্ডেলাৰ পত্নীক অপহৰণৰ গোচৰত ৬ বছৰৰ…

কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশসকলক কিয় সমলোচনা কৰা হয়-ৰঞ্জন গগৈ

"কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশ সকলকেহে কিয় সমলোচনা কৰা হয়? Activist Judge অথবা ব্যৱসায়িক কাম কাজত জড়িত হোৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকলক কিয় সমালোচনা কৰা নহয়?"-এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ।…

য়ুহানত পুনৰ গণ সংক্ৰমণৰ আশংকা

য়ুহানৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত বিগত মাহত লক্ ডাউন উঠাই দিছিল চীন প্ৰশাসনে। দোকান-বজাৰ, বিদ্যালয় খুলি দিছিল য়ুহানত। তাৰ পিছতেই এতিয়া পুনৰ নতুন শংকাই গা কৰি উঠিছে। যাৰফলত সামাজিক সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনাই দেখা দিছে। তথ্য অনুসৰি চীনত…

গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত

গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক'ৰোনাত আক্ৰান্ত হৈছে৷ সকলো কেইগৰাকী ইতিমধ্যে চিনাক্ত হোৱা ফেন্সী বজাৰৰ আক্ৰান্তজনৰ লগত জড়িত৷ আটাইকেইজন আছিল কোৱাৰিণ্টাইনত৷ টুইটযোগে এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷ Alert ~ 15 persons are…