সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ১৪ মে’ৰ লগত আছে ফেচবুকৰ বিশেষ সম্পৰ্ক

আজি ১৪ মে’৷ আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা জানি লওঁ আহক-

• ১৯৭৩:আমেৰিকাৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে সেনা বাহিনীত মহিলাক সমঅধিকাৰ প্ৰদান কৰে৷

- Donation -

• ১৯৮৪: ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ জন্ম৷

• ১৯৯১: নেলচন মেণ্ডেলাৰ পত্নীক অপহৰণৰ গোচৰত ৬ বছৰৰ কাৰাদণ্ড৷

• ১৯৯২: তামিল টাইগাৰ নামেৰে জনজাত শ্ৰীলাংকাৰ উগ্ৰপন্থী সংগঠন এল টি টি ই ক ভাৰতে নিষিদ্ধ ঘোষণা কৰে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.