সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত-চীন যুদ্ধ নিশ্চিত নেকি?

ইতিমধ্যে ভাৰতীয় সেনাই চীনা সৈন্যৰ লগত শান্তি আলোচনাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছিল।বিগত সপ্তাহত দুয়োপক্ষৰ মেজৰ জেনেৰেল পয্যায়ত এখন শান্তি বৈঠকৰ পৰিকল্পনাঃ গ্ৰহণ কৰা হৈছিল।কিন্তু বিফল হৈছিল এই প্ৰচেষ্টা।অৱশ্যে যুদ্ধ নিশ্চিতি সম্পৰ্কেও কোনো…

কঠোৰ লক্ ডাউনত কেনেকৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাঃ প্ৰশ্ন ৩ সংগঠনৰ, অস্বস্তিত কেন্দ্ৰ

ভাৰতত ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল লক্ ডাউন। ২৫ মাৰ্চৰ পৰা ২৫ মেলৈকে মাত্ৰ দুমাহত ৬২৫ৰ পৰা ১,৩৮,৮৪৫জন লোকৰ শৰীৰলৈ ক'ৰোনা সংক্ৰমিত হৈছে। লক্ ডাউনৰ সময়ত হ্ৰাস হোৱাৰ পৰিৱৰ্তে দেশত ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাত্ বৃদ্ধিহে পাইছে। এনে…

“অদৃশ্য শক্তিৰ বিৰুদ্ধে জয়ী হ’ব অপৰাজেয় শক্তি”- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

"দেশত অদৃশ্য শক্তি আৰু অপৰাজেয় শক্তিৰ মাজত যুদ্ধ হৈছে। ক'ৰোনা এক অদৃশ্য শক্তি ঠিকেই, কিন্তু আমাৰ যুদ্ধ আৰু স্বাস্থ্যকৰ্মীসকল অপাৰেজয়।তেওঁলোক নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ'ব"- এইদৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ…

বানৰ বাতৰি: পুনৰ এজনৰ মৃত্যু

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Disaster Management Authority ৰ ৩১ মে'ৰ তথ্য অনুসৰি আজিৰ দিনটোত বানত নিহত হৈছে এজন ব্যক্তি।মৃত ব্যক্তিজনৰ ঘৰ গোৱালপাৰা জিলাত।আজিৰ দিনটোত ৰাজ্যৰ মুঠ তিনিখন জিলাৰ সাতটা ৰাজহ চক্ৰ বানৰ কৱলত…

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা…

বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিঃ মোদীয়ে গঢ়িছে নিজৰ উত্তৰসূৰী

♦অচিন্ত্য ভৰদ্বাজৰ কলমত এবাৰ এটা সাক্ষাৎকাৰত অমিত শ্বাহক সোধা হৈছিল – বিজেপিয়ে ২০১৯ ৰ নিৰ্বাচনৰ প্ৰস্তুতি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ? এখন্তেকো পলম নকৰাকৈ তেওঁ উত্তৰ দিছিল -আমি ২০১৪ ৰ মে’ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছিলো ৷ বিৰোধীয়ে…

দ্বিতীয় শাসনৰ প্ৰথমটো বৰ্ষপূৰ্তিত দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী মোডীয়ে লিখিলে ‘স্বৰ্ণযুগৰ…

দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই বৰ্ষপূতিৰ সৈতে সংগতি ৰাখিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি লিখিছে এখন পত্ৰ। 'স্বৰ্ণযুগৰ এবছৰ' শিৰোনামেৰে পত্ৰত তেওঁ দেশবাসীক…

‘পিঞ্জৰা তৌড়’, লকডাউন আৰু হাথিৰাম চৌধুৰী

শাস্ত্ৰত থকা বহুতো কথা আৰক্ষী হাথিৰাম চৌধুৰীয়ে হোৱাটছ আপত পঢ়িছিল। আমাজন প্ৰাইমৰ ৱেব চিৰিজ 'পাতাললোক' ৰ এটা চিনত হাথিৰামে নিজৰ পত্নীৰ ওপৰত হাতো উঠাইছিল। কিন্তু পৰিচালকে সেই চিনটোক বেলেঞ্চ কৰিছিল পৰৱৰ্তী আন এটা চিনত। য'ত হাথিৰামে…

“এক দেশ এক ৰেশ্যন কাৰ্ড”-১জনুৰ পৰা ৰেশ্যন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ

১ জুনৰ পৰা সলনি হ'ব ৰেশ্যন কাৰ্ডৰ নিয়ম । ২০খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিয়মৰ সালসলনি হ'ব। ২৩খন ৰাজ্যৰ ৬৭ কোটি লোকে পাব এই সুবিধা। এই নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে ৰেশ্যন কাৰ্ড পৰ্টেবিলিবিটীৰ যোগেদি দেশৰ সকলো স্থানতে ৰেশ্যন কাৰ্ডৰ…

আকৌ ৩৩ জন আক্ৰান্ত ৷ সৰ্বমুঠ ১০৫৭

বাঢ়িয়েই আছে ক’ৰোনাৰোগী ৷ শেহতীয়া খবৰ অনুসৰি অসমত নতুনকৈ ৩৩ গৰাকী আক্ৰান্ত হৈছে ক’ৰোণাত ৷ ইয়াৰে ১১ গৰাকী ৰোগী গোলাঘাটৰ ১১ গৰিকী ৰোগী বিশ্বনাথ চাৰিআলিৰ ৯গৰাকী ওডালগুৰিৰ আৰু২ গৰাকী দৰংৰ শেহতীয়া খবৰ অনুসৰি অসমত ক’ৰোণাক্ৰান্তৰ সংখ্যা হ’ল ১০৫৭…