সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফুচুলাই ভোট নলয় কংগ্ৰেছে !

কংগ্ৰেছে পূৰণ কৰিব ৫ গেৰাণ্টী !জনতাৰ ধন পানীত নেপেলায় কংগ্ৰেছে !কিন্তু থাকিব terms & condition !কি হ’ব এই terms & condition বোৰ ? কৰ্ণাটকত শাসনলৈ অহা কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিছিল বহুবোৰ প্ৰতিশ্ৰুতি।কিন্তু তাৰে ৫ টা…

নিৰ্বাচনো আহিল,মুছলমান প্ৰীতিও বাঢ়িল !

দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন আঙুলিৰ মূৰত গণিব পৰা কেইটামান মাহ।সেয়ে শাসক দল বিজেপিৰ লগতে আন বিৰোধী দলবোৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কোনে কিমান প্ৰতিশ্ৰুতি দি নিজৰ দলৰ সমৰ্থন গোটাব পাৰে তাক লৈ চলিছে এক অবাধ প্ৰতিযোগিতা।এই…

ৰহস্য :অসমৰ গোশালাৰ পৰা ক’লৈ গ’ল ১০২১ টা গৰু , ম’হ?

গো সুৰক্ষাক লৈ সততে ৰাজনীতি কৰা বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে গো সুৰক্ষা আইন পৰ্যন্ত প্ৰণয়ন কৰিছে যদিও খোদ আইনৰ আওতাৰ পৰাই নিখোজ হৈছে সহস্ৰাধিক গৰু । দক্ষিণ শালমৰা –…

চাকৰিৰ নামত ধন সংগ্ৰহ বিজেপি নেতাৰ !

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ চাকৰি দিয়াৰ নামত টকা লৈ গ্ৰেপ্তাৰ ৰাজ্যিক বিজেপি নেতা আনছাৰুল হক।চাকৰি দিয়াৰ নামত সাধাৰণ ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰি আৰক্ষীৰ জালত স্বয়ম্ভূ বিজেপি নেতা । বৃহস্পতিবাৰে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে…

দলঙো বনাই আছে,ফাঁটো মেলি আছে !

শিৱসাগৰত লোক নিৰ্মাণ বিভাগৰ কাম কাজত গাফিলতি।উদ্ধোধনৰ পূৰ্বেই বৃহৎ বৃহৎ ফাঁট প্ৰায় ১০ কোটি টকাৰে নিৰ্মীয়মান অৱস্থাত থকা দলঙত।২০১৯ বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ।শিৱসাগৰ বিধান সভা সমষ্টিৰ কোঁৱৰপুৰৰ…

গেলাত আৰু কিমান টেঙা দিব চৰকাৰে?

গৰমত গৰম তেল ঢালিবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ।আকৌ বাঢ়িব বিদ্যুতৰ মাচুল ৷২৩ জুনৰ পৰা কাৰ্যকৰী হ'ব বিদ্যুতৰ বৰ্ধিত নিৰিখ।জনতা শেষ হৈ যাওক। জনতা নিপাতে যাওক। জনতা নিগমে মৰক। চৰকাৰ বাহাদুৰ কিন্ত গপত গংগাটোপ। মন গ'লেই দাম বঢ়াব। মন গ'লেই কৰ…

তথ্যচিত্ৰ হ’ব মোডীৰ ‘মন কী বাত’ !

কি থাকিব মোডীক লৈ নিৰ্মিত ‘মন কি বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত?মোডীৰ ‘মন কী বাত’ত চলা নাটকবাজিৰ কথাও থাকিবনে ‘মন কী বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত? কিমান নিৰ্ভৰযোগ্য আছিল মোডীৰ ‘মন কী বাত’ অনুষ্ঠান?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মনৰ কথাই ভাৰতৰ…

ৰামহে সঁচা হ’ল বাকীবোৰ ফুটুকাৰ ফেন !

নহ’ল বছৰি ১ কোটি কৰ্মসংস্থাপন !নাহিল বিদেশৰ ক’লা ধন !নাঁতৰিল দুৰ্নীতি ! নহ’ল সুশাসন !নকমিল বস্তুৰ দাম !কি প্ৰতিশ্ৰুতি পালন কৰিলে বিজেপিয়ে?কি লৈ ভোট বিচাৰিব বিজেপিয়ে? ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ।ইতিমধ্যে বিজেপি…

নিজে পতা জালত নিজেই বন্দী বিজেপি ?

পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।কিন্তু মণিপুৰত চৰকাৰ গঠনৰ বাবে থাউকতে ইম্ফলত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত…

হাতত পুথি কিন্তু পঢ়াবলৈ নাই শিক্ষক !

এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক! শিক্ষাৰ্থীৰ মাজত হাহাকাৰ।ছাৰ-বাইদেউহঁতে আমাক এৰি গুছি গৈছে,ছাত্ৰছাত্ৰী এতিয়া চিন্তিত নিজৰ ভবিষ্যতক লৈ।তেওঁলোকৰ ভৱিষ্যত কি হ’ব,তাকে লৈ সন্দিহান ছাত্ৰছাত্ৰীসকল।এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক আৰু ইয়াৰ…