সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সাম্প্ৰতিক (৪): শিল্পী কোন?-— বিশ্বজিৎ বৰা

আমাৰ সমাজ ব্যৱস্থা দুই উপাদানেৰে গঠিত – যি দৃশ্যমান (visible) আৰু যি অদৃশ্য (invisible)। এক বিশেষ আদৰ্শৰ ভিত্তিত এই দৃশ্যমান আৰু অদৃশ্যৰ পুনৰ্গঠন বা পুনৰ্বিন্যাসৰ প্ৰক্ৰিয়াই হৈছে ৰাজনীতি। আৰ্ট বা কলা বা শিল্পৰ প্ৰসংগটো এই কাৰণেই…

ভাৰতে ক্ৰয় কৰিব দুখন আকাশত গোপন দৃষ্টি ৰখা বিমান

ভাৰতে ক্ৰয় কৰিব ফেলকন এৱাকছ বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে চৰকাৰে প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে ইজৰাইলৰ পৰা কিনিব দুখন ফেলকন এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কন্ট্ৰ'ল ছিষ্টেম। ইয়াৰ বাবে চূড়ান্ত পয্যায়ত চলি আছে অনুমোদন। ইতিমধ্যে ইজৰাইলৰ সংশ্লিষ্ট…

এইবাৰ বিগবাজাৰো গ’ল আম্বানীৰ হাতলৈ

দেশৰ অৰ্থনীতিত ৰিলায়েন্স গ্ৰুপ অৰ্থাৎ আম্বানী পৰিয়ালৰ দপদপনিক কেন্দ্ৰ কৰি বহু অৰ্থনীতিবিদে একচেতিয়া অধিপত্যৰ অশনি সংকেত দি থকাৰ সময়তে ৰিলায়েন্সে এইবাৰ ক্ৰয় কৰিছে Future Group Business ক। উল্লেখযোগ্য যে এই Future Group Business য়ে আমাৰ…

ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী

ত্ৰিপুৰা অসমৰ পৰা বেছি দুৰ নহয়। কিন্তু সাধাৰণতে বেছি মানুহ যোৱা দেখা নাযায়। বিচাৰিলে বেছি তথ্য পোৱাও নাযায়। কিন্তু তাৰ মাজতে এবাৰ মই ত্ৰিপুৰা ট্যুৰিজিমৰ ৱেবছাইটটো খুলি চাওঁতে দেখিলোঁ যে ৰাজ্যখনৰ আটাইবোৰ গুৰুত্বপূৰ্ণ স্থানতে…

কুকুৰৰ লোকেল ব্ৰীডৰ পৰা পুতলা নিৰ্মাণলৈকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত পুনৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে। এইবাৰ পুতলা উদ্যোগত ভাৰত বৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতবৰ্ষক ভকেল ফৰ লোকেল টয় (toy) হোৱাৰ সময় আহিছে।…

দেশৰ গণতন্ত্ৰত একনায়কত্ববাদৰ প্ৰভাৱ বৃদ্ধি পাইছে: ছোনিয়া গান্ধী

ছত্তিশগড় বিধানসভাৰ নতুনকৈ নিৰ্মান হ'ব লগা ভৱনৰ শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে দেশৰ গণতান্ত্ৰিৰ ওপৰত স্বৰতন্ত্ৰ অৰ্থাৎ একনায়কত্ববাদৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব ধৰিছে। তেওঁ আৰু কয়…

এইবাৰ বিজেপিক উভতি ধৰিলে আন্না হাজাৰেই

এইবাৰ ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰিলে আন্না হাজাৰেই। ২০১১ চনৰ সমগ্ৰ ভাৰত বৰ্ষ জুৰি হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰোতা আন্না হাজাৰেক বিজেপি দলৰ দিল্লী ৰাজ্যিক সমিতিয়ে আম আদমী পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰিবলৈ…

বড়োলেণ্ডৰ আৰ্হিত ‘কুকিলেণ্ড’ৰ দাবী কুকি সশস্ত্ৰ সংগঠনৰ

এনএছচিএন-আই এম আৰু ভাৰত চৰকাৰৰ মাজত নগা শান্তি চুক্তিৰ আলোচনাই শংকিত কৰি তুলিছে মণিপুৰৰ কুকি সশস্ত্ৰ সংগঠন সমূহক। ইয়াৰ পিছতে এতিয়া কুকি সশস্ত্ৰ সংগঠন সমূহে বড়োলেণ্ডৰ আৰ্হিত কুকিলেণ্ডৰ দাবী উত্থাপন কৰিছে কেন্দ্ৰ চৰকাৰক। দ্যা প্ৰিন্ট নামৰ…

শিলাদিত্যৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা মন্তব্যক কিয় ৰক্ষণাবেক্ষণ দিছিল ফেচবুকে?

ফেচবুক আৰু বিজেপিৰ সম্পৰ্কৰ বিতৰ্ক দেশত তুংগত থাকোতে এতিয়া পুনৰ চর্চা লৈ আহিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ। বিশ্ব বিখ্যাত TIME মেগাজিনৰ এক শেহতীয়া বাতৰি অনুসৰি শিলাদিত্য দেৱৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা ফেচবুক পুষ্ট কোম্পানীটোৰ…

ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ ‘কোৰাণ’ জ্বলোৱাক লৈ উত্তপ্ত চুইডেন

ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ কোৰাণ জ্বলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুইডেনৰ মালম' নামৰ অঞ্চলত। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এটা অতি সুপন্থী ৰাজনৈতিক দলৰ কার্যকৰ্তাই কোৰাণ জ্বলোৱা কাৰ্যসূচী লোৱাৰ পিছতে…