সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তৰ আওঁতাত বিজেপিকো আনিবলৈ আহ্বান কংগ্ৰেছৰ, পিছে কি এই বিজেপি সম্পৰ্ক?

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান CBI ৰ হাতত। যিমানে দিন বাগৰিছে জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওয়া খেল। এইবাৰ সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ আওঁতালৈ বিজেপিকো আনিবলৈ আহ্বান মহাৰাষ্ট্ৰ কংগ্ৰেছৰ। পিছে কি জনপ্ৰিয় অভিনেতা জনৰ…









