নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ’ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ নেতৃত্বত। এই ফালৰ…

সামৰিক বিকল্পই শেষ ভৰসা নেকি ভাৰত চীনৰ সীমান্ত উত্তেজনাৰ!

PHOTO COURTESY:SAKAL TIMES

বহুকেইটা কূটনৈতিক আলোচনাৰ পিছতো ভাৰত- চীনৰ মাজত চলি থকা সীমান্ত বিবাদৰ সমাধান এতিয়াও অনিশ্চয়তাৰ গৰ্ভত। এনে এক জটিল সময়তে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ শেহতীয়া মন্তব্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিপিন ৰাৱতে ANI নামৰ নিউজ এজেন্সি এটাক…

নিষিদ্ধ হ’ল অসমীয়া ধাৰাবাহিক ‘বেগমজান’

অসমীয়া ধাৰাবাহিক ‘বেগমজান’ক নিষিদ্ধ ঘোষণা কৰিছে অসম চৰকাৰে। ৬০ দিনৰ কাৰণে মহানগৰ আৰক্ষী আয়ুক্তই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ কৰি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে,বেগমজান নামৰ অসমীয়া ধাৰাবাহিক খনৰ বিৰুদ্ধে সদৌ অসম ব্ৰাহ্মীন পৰিষদ আৰু হিন্দু জাগৰণ মঞ্চ আদিৰ দৰে…

উত্তৰ কোৰিয়াৰ তানাচাহ শাসক কিম জোং উন অসুস্থ

বিগত দিন কেইটাত খবৰ আহিছে যে উত্তৰ কোৰিয়াৰ তানাচাহ শাসক কিম জোং উন কিছু দিন ধৰি অসুস্থ অৱস্থাত আছে।তাৰ আগতেই এখন সাৰ্বজনিক সভাত তেওঁক দেখা পোৱা গৈছিল। আৰু তাৰ পিছৰে পৰাই তেওঁ অসুস্থ।দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম দায়ে জোংৰ লগতে প্ৰাক্তন…

এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত

এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত। কংগ্ৰেছত নতুন অধ্যক্ষ নিৰ্বাচিত কৰাক লৈ নেতাসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে দলটোৰ বহুকেইজন হাই প্ৰফাইল নেতাই হাই কামাণ্ডলৈ লিখা এখন পত্ৰই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই পত্ৰৰ পিছতে ছুনীয়া গান্ধীৰ যোগ্যতা অথবা…

সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল

photo courtesy: Indian express

CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ’ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা…

নিজৰ টুইটৰ বাবে ক্ষমা নিবিচাৰে প্ৰশান্ত ভূষণে, আজি এক বিবৃত্তি যুগে উচ্চতম ন্যায়ালয়ক জনায় বিশিষ্ট আইনজীৱি জনে

photo courtesy: Live India

প্ৰশান্ত ভূষণৰ বিৰুদ্ধে চলি থকা আদালত অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ে যোৱা ২০ আগষ্টত ভূষণক আজি অৰ্থাৎ সোমবাৰৰ ভিতৰত তেওঁৰ পূৰ্বৰ স্থিতি সম্পৰ্কে পুনৰ বিচাৰ কৰি আদালতত ক্ষমা বিচৰাৰ পৰামৰ্শ দিছিল। কিন্তু আজি বিশিষ্ট আইনজীৱি জনে এক বিবৃত্তি যুগে আদালতৰ ওচৰত…

ভয়ংকৰ চাকৰি সংকটত ভাৰতবৰ্ষ:এসপ্তাহত চাকৰি বিচাৰি চৰকাৰী পৰ্টেলত পঞ্জীকৰণ কৰা ৭ লাখৰ মাত্ৰ ৬৯১ জনেহে পালে চাকৰি

photo courtesy: Scroll.in

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১১ জুলাইত লন্স কৰা চৰকাৰী চাকৰিৰ পৰ্টেলটোত এই পৰ্য্যন্ত ৬৯ লাখতকৈও অধিক লোকে নিজৰ নাম পঞ্জীভূত কৰিছে। কিন্তু ইয়াৰ ভিতৰত চাকৰি লাভ কৰিছে তেনেই নগণ্য কেইজনমানেহে। ই অনাগত দিন সমূহত মোডী চৰকাৰৰ সমুখত অৰ্থনৈতিক দুৰৱস্থাৰ লগতে…

নংগ্ৰিয়াট লিভিং ৰুট ব্ৰিজ আৰু ৰেইনবো ফল-জিতাদিত্য নাৰ্জাৰী

“মই যিমান পাৰি দ্ৰুত গতিৰে নামি গৈ আছোঁ কিন্তু আৰু কিমান যাব লাগিব বুজি পোৱা নাই। সন্মুখত এখন ওলোমা দলং আৰু দলঙৰ ওপৰত দুজনী স্থানীয় (যেন লগা) ছোৱালী। তেওঁলোকেও মোৰ পিনে ঘূৰি চাই আছে। গতিকে মই আগবাঢ়ি গৈ সুধিলোঁ, আৰু…

শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ বিজেপিত যোগদানক লৈ অস্বস্তিত গেৰুৱা দলটো

photo courtesy: Newslaundry

যোৱা কিছুদিন পূৰ্বে প্ৰায় শতাধিক শাহীনবাগৰ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে যোগদান কৰিছিল বিজেপিত। গেৰুৱা দলটোৰ বহুতো জ্যোষ্ঠ নেতাৰ উপস্থিতিত হোৱা এই যোগদান কার্যসূচীয়ে এতিয়া শলঠেকত পেলাইছে দলটোক। শ্বাহীনবাগৰ এই প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদানৰ পিছতে অৰবিন্দ কেজৰীৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে গেৰুৱা…