সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ITচেলে বোলে ৰাম ৰাম, ১৫শ টকাৰে আৰু কিমান খাম?

১৫০০ টকীয়া বুলি সততে সমালোচিত হৈ থকা বিজেপি IT চেল বাহিনীয়ে শেহতীয়াকৈ ৰাম নাম সুৱঁৰিব লগীয়া হৈছে। চর্চালৈ আহিছে যে ১৫শ টকাৰে আৰু চলিব নোৱাৰা হৈছে আই টি চেল। সেয়েহে বিজেপি এৰি যাবলৈ আৰম্ভ কৰিছে আখৰা। কিয়নো যোৰহাট বিজেপি খহিয়েই আছে, IT চেলৰ…

প্ৰজ্ঞা অৱজ্ঞা ভূপালৰ জীয়ৰীৰ

'দা কেৰালা ষ্ট'ৰী' চাই ঘৰ এৰিলে মধ্যপ্ৰদেশৰ যুৱতীয়ে।কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী।কামত নাহিল 'দা কেৰালা ষ্ট'ৰী'ৰ কাহিনী।ঘৰ এৰি প্ৰেমিক ইউছুফৰ লগত বিয়াত বহিল নাৰ্ছিঙৰ ছাত্ৰী।মধ্যপ্ৰদেশৰ ভূপাল চহৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক কাহিনী।ভূপালৰ…

উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ওলাল,কিন্তু হঠাৎ কিয়?

শুনিবলৈ কথাটো অশুৱলা লাগিলেও ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কিবা সমস্যাত দিব খুজিছে নেকি আঁৰ কাপোৰ? পৰীক্ষাৰ ৰিজাল্টৰ কথা মাজনিশা টুইট কৰিলে মুখ্যমন্ত্ৰীয়ে।সাধাৰণ দৃষ্টিত বিষয়টো একেবাৰে অসাধাৰণো…

২০২৪ ত গেইম প্লেন কি হ’ব কংগ্ৰেছৰ?

বিগত ১৩ মে’ত কৰ্ণাটক জয়ৰ পাছত লোকসভাৰ নিৰ্বাচনক লৈ আশবাদী হৈ পৰিছে কংগ্ৰেছ।বিগত দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে যেন শেহতীয়া কৰ্ণাটক জয়েৰে ইয়াৰ হেৰুৱা অতীতৰ গৌৰৱ ঘূৰাই পাইছে।বিগত ডিচেম্বৰত হিমাচল প্ৰদেশ আৰু মে’…

‘জীৱন্ত বুদ্ধ’ৰ লগত ৰিজালে ৰাহুল গান্ধীক

ক্ষমতাৰ প্ৰতি লালায়িত নহয় ৰাহুল গান্ধী ! দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল গান্ধীয়ে ! কোনে কৰিছে মন্তব্য?বুদ্ধৰ সৈতে কোনে সাদৃশ্য পাইছে গান্ধীৰ? কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত চিলিকন…

ভয়ংকৰ মন্দাৱস্থা,হেৰুৱাব পাৰে চাকৰি !

প্ৰণৱ ডেকা 🖋️ 99570 83998 Recession অৰ্থাৎ মন্দাৱস্থা! আমি কলেজত যেতিয়া অৰ্থনীতিৰ কথা পঢ়িছিলোঁ তেতিয়া প্ৰায় এই শব্দটো শুনিছিলোঁ। কেতিয়াবা ভাবিছিলোঁ সকলো ঠিকেই চলি থাকিলে হঠাতে এনেকুৱা অৰ্থনৈতিক সংকট কেনেকৈ হৈ যায়,…

মানৱতাৰ জয়গান প্ৰতিধ্বনিত হ’ল ওড়িশাত !

কোনে কয়, যান্ত্ৰিকতাৰ মাজত মানৱীয়তা হেৰাই গৈছে?এতিয়াও মানুহৰ হৃদয়ত স্পন্দিত মানৱতাৰ জয়গান ! হত্যা-হিংসা-দুৰ্নীতি-ধৰ্ষণ আদি বাতৰিৰ পৰা আঁতৰি এটা ইতিবাচক খবৰ -ওড়িশাৰ পৰা শিক্ষা লওঁ আহক! ওড়িশাৰ ৰেল দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ। ২ জুন…

বিজেপিক Bye Bye দিব মুন্দে পৰিয়ালে !

একেলেথাৰিয়ে কেন্দ্ৰত ৯ টা বছৰ শাসনত থকাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক লৈ যেন চৰম হতাশগ্ৰস্ততাত ভুগিছে প্ৰতিখন ৰাজ্যৰ বিজেপি নেতা-নেত্ৰী সকল।মধ্য প্ৰদেশ,তেলেংগানা,মণিপুৰ,ত্ৰিপুৰাৰ পিছত এইবাৰ বিসম্বাদৰ উকমুকনি ঘটিছে মহাৰাষ্ট্ৰত।এসময়ৰ…

সুশান্ত মুৰ্দাবাদ ধ্বনিয়ে কঁপালে থাওৰা

সুশান্ত বৰগোঁহাই মুৰ্দাবাদ ধ্বনিৰে উত্তাল ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়।বিদ্যালয় একত্ৰীকৰণ মানি নলয় ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় দল-সংগঠনে !শিৱসাগৰ জিলাৰ ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ কৰি তাৰ ঠাইত আদৰ্শ বিদ্যালয় সংগঠন,অসম নামৰ…

ঋণ লৈ আৰু ঘী খোৱা চৰকাৰৰ কবলত অসম !

তাৰিখ পে তাৰিখ নহয়... ঋণৰ পাছত ঋণ! আকৌ ঋণ ল'ব অসম চৰকাৰে! ৬ জুনত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'বলৈ প্ৰস্তুতি চলাইছে চৰকাৰে!জুন মাহৰ ভিতৰত ৩ হাজাৰ কোটিৰ ঋণ ল'বলৈ সাজু হৈছে অসম চৰকাৰ!যদি সঁচাকৈয়ে জুন মাহৰ ভিতৰত এই তিনিহাজাৰ কোটি টকাৰ ঋণ অসম…