বিদ্যাৰ্থীলৈ সুখবৰ। চৰকাৰে আনিলে স্কুল বেগৰ নতুন নিয়ম।
২০২০ বৰ্ষৰ স্কুল বেগ নীতি ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ। নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন আৰু গৃহকাৰ্য কৰাৰ ক্ষেত্ৰত বহু কেইটা নিয়ম বান্ধি দিয়া হৈছে। এতিয়াৰ পৰা দ্বিতীয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ গৃহকাৰ্য দিব!-->…