মহাৰাষ্ট্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা।কি আছে এই নিৰ্দেশনাত?

মহাৰাষ্ট্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। চৰকাৰী কৰ্মচাৰীৰ পোছাক পৰিধানৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উদ্ধৱ থাকৰে চৰকাৰে। কৰ্মক্ষেত্ৰলৈ এতিয়াৰে পৰা জীনছ, টি-চাৰ্ট পৰিধান কৰি আহিব নোৱাৰিব কৰ্মচাৰীসকলে। তাৰ পৰিৱৰ্তে নতুন নিৰ্দেশনা অনুসৰি মহিলা কৰ্মচাৰীসকলে শাৰী, চেলোৱাৰ অথবা ট্ৰাউজাৰৰ সৈতে কুৰ্তা পৰিধান…

কোনে শেষ হাঁহি মাৰিব বিটিচিত?

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। ৪ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা। তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে UPPL আৰু BPF ৰ মাজত। ২৫খন আসনত অগ্ৰগতি UPPL ৰ। ৪ খন আসনত অগ্ৰগতি BJP ৰ। আৰু তাৰ বিপৰীতে ১৩ খন আসনত এই মুহূৰ্তলৈ…

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছুজা।

হৃদৰোগত আক্ৰান্ত হৈছে বলীউদৰ প্ৰখ্যাত কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিছুজা। শুকুবাৰে দুপৰীয়া হাৰ্ট এটেক হয় পৰিচালকগৰাকীৰ।ৰেম’ ডিছুজাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে।

অসমৰ ৰেলযাত্ৰীলৈ সুখবৰ।

ৰেলযাত্ৰীৰ বাবে সু-খবৰ। ১৪ ডিচেম্বৰৰ পৰা চলিব যাত্ৰীবাহী ৰেল। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব যাত্ৰীবাহী ৰেল। আনহাতে ২৫ ডিচেম্বৰৰ পৰা চলিব লামডিং কালিপুৰ দুৱাৰ ইণ্টাৰচিটী ৰেল। পৰৱৰ্তী সময়ত ৰেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰপূৱ সীমান্ত ৰেলৱেই। ইতিমধ্যে উত্তৰ-পূৱ সীমান্তত ৭…

মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু প্রতিবাদকাৰী কৃষকৰ বিৰুদ্ধে

কৃষি আইন বাতিলৰ দাবীত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ অব্যাহত আছে কৃষকৰ। দিল্লীৰ সিংঘু সীমান্তত পথ অৱৰোধ কাৰ্যসূচীৰে কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। কিন্তু এই প্রতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। প্রতিবাদকাৰীৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। বিগত ৭ ডিচেম্বৰত প্রতিবাদকাৰীৰ…

আজিৰে পৰা ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলন ।

২০১৯ৰ দৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা’ বিৰোধী আন্দোলন । আজি শিৱসাগৰৰ পৰা আৰম্ভ হ’ব কা’ বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰায় ১৮ টা সংগঠনে কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। যিহেতু আজিৰ দিনটো ক’লা দিৱস হিচাপে ঘোষণা…

আকৌ আন্দোলন কৰিব ছাত্র সমাজে

10 ডিচেম্বৰ,2019।উত্তপ্ত অসম,জাগ্ৰত অসমীয়া।শদিয়াৰ পৰা ধুবুৰীলৈ জনতাৰ বিক্ষোভ। সমগ্ৰ অসমৰ ছাত্ৰ সমাজ, বুদ্ধিজীৱী সমাজ, শিল্পী সমাজ, নাগৰিক সমাজ সকলোৱে একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। বিপৰীতে আৰক্ষীৰ লাঠী চার্জ,কন্দুৱা গেছ,শূণ্যলৈ গুলি চালনা। শ্বহীদ হৈছিল পাঁচ জনকৈ অসমীয়া যুৱক। কিন্তু…

আমেৰিকাই ভাৰতক বিক্ৰী কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ।

২০২০ চনত ভাৰতে ক্ৰয় কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ। কাৰ্যকালৰ অন্তিমটো বছৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক বিক্ৰী কৰিলে অস্ত্ৰ। আমেৰিকাৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা ভাৰতে অস্ত্ৰ ক্ৰয়ত খৰছ কৰা ধনৰ পৰিমাণ ২০১৯ চনত ৬২…

ভূমি পূজন হ’ল ৯৭১ কোটি টকীয়া নতুন সংসদ ভৱনৰ।

বহু বিতৰ্কৰ পাছতো আজি অনুষ্ঠিত হ’ল নতুন সংসদ ভৱনৰ ভূমি পূজন অনুষ্ঠান। বিয়লি ১২:৫৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভূমি পূজনৰ জৰিয়তে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা…

JIO বৰ্জন কৰিব কৃষকে।

কৃষি আইন বাতিলৰ দাবীত ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদী কৃষকে। কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাত কোনো সমাধান নোলোৱাৰ বাবেই ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ কৃষকৰ। লগতে সমগ্ৰ দেশত JIO বর্জনৰ হুংকাৰ দিছে কৃষকে। আদানী, আম্বানী অধীনষ্ট পেট্ৰ’ল…