মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু প্রতিবাদকাৰী কৃষকৰ বিৰুদ্ধে

Share This Article

কৃষি আইন বাতিলৰ দাবীত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ অব্যাহত আছে কৃষকৰ। দিল্লীৰ সিংঘু সীমান্তত পথ অৱৰোধ কাৰ্যসূচীৰে কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। কিন্তু এই প্রতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। প্রতিবাদকাৰীৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। বিগত ৭ ডিচেম্বৰত প্রতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। লগতে সামাজিক দূৰত্ব মানি নচলাৰো অভিযোগ উত্থাপন কৰিছে কৃষকসকলৰ ওপৰত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.