কোনে শেষ হাঁহি মাৰিব বিটিচিত?

Share This Article

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। ৪ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা। তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে UPPL আৰু BPF ৰ মাজত। ২৫খন আসনত অগ্ৰগতি UPPL ৰ। ৪ খন আসনত অগ্ৰগতি BJP ৰ। আৰু তাৰ বিপৰীতে ১৩ খন আসনত এই মুহূৰ্তলৈ অগ্ৰগতি লাভ কৰিছে BPF এ। এই পৰ্যন্ত বাক্সা জিলাত UPPL ৰ অগ্ৰগতি । আনফালে দুয়োটা সমষ্টিতে পিছ পৰিছে হাগ্ৰামা মহিলাৰী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.