সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

PEGASUS : বিগব্ৰাডাৰে চাই আছে নেকি আপোনাকো ?

জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস “নাইনটিন এইট্টি ফ’ৰ " ত আছে এটি বিখ্যাত চৰিত্ৰ ৷ বিগ ব্ৰাডাৰ হিচাপে পৰিচিত এই চৰিত্ৰটোৱে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ সাম্প্ৰতিক ভাৰতবৰ্ষতো আবিৰ্ভাব হৈছে এনে এজন অজ্ঞাত বিগব্ৰাডাৰৰ ৷ যিয়ে বচা বচা…

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসমত ১ হাজাৰ সেনা

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে নিয়োগ কৰিব ১ হাজাৰ "সেনা " ৷ সোমবাৰে বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সদনত জনসংখ্যা বিষয়ক আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এহেজাৰ সংখ্যালঘু যুৱকক লৈ…

PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?

এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ লেনদেন হৈছে –সকলো লাইভ টেলিকাষ্টৰ দৰে আন…

গো-মুত্ৰক লৈ কৰা মন্তব্যৰ বাবে NSA ত গ্ৰেপ্তাৰ : উচ্চতম ন্যায়ালয়ে দিলে জামিন

দেশৰ উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবামৰ  জামিন  আবেদন মঞ্জুৰ কৰিছে ৷ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবাম আৰু সাংবাদিক কিশোৰচন্দ্ৰই যোৱা মে’ মাহত গো – মুত্ৰ আৰু গোবৰক লৈ ফেচবুকত কৰা মন্তব্যৰ বাবে তেওলোকক গ্ৰেপ্তাৰ…

বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা বিৰোধীক কিদৰে কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে ?

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত দলিত , মহিলা , অ’ বি চি আৰু কৃষক সমাজৰ বহুকেইজন প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৷ এই লৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ – তেওৰ এই পদক্ষেপক বহুতেই ভাল পোৱা নাই ৷ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ…

ক’ত কি খোলা , কি বন্ধ : নতুন SOP ৰ সবিশেষ –

ৰাজ্য খনৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  ঘোষনা কৰে নতুন SOP ৷ অহা মঙ্গলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ'ব এই এছ অ' পি ৷ কি আছে নতুন এছ অ' পিত , সবিশেষ তলত উল্লেখ কৰা হ'ল -…

তৃণমূলত যোগ দিব অসমৰ এজন সাংসদে !

অসমৰ এজন  সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷....

৫৪ মাহত ৯ বাৰ বদলি : এজন সৎ- নিৰ্ভীক আই এ এছ বিষয়া

“ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”

চৰকাৰক কঠিন প্ৰশ্ন কৰক -কিয় ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ - সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক'ৰোণাক লৈ সংসদত…

উত্তৰ -পূৱৰ ইখনৰ পাছত সিখন ৰাজ্যত লকডাউন

উদ্বেগজনক হৈ পৰিছে উত্তৰ- পূৱৰ কোভিড পৰিস্থিতি ৷ ক'ৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণৰ বাবে উত্তৰ পূৱত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে মণিপুৰত ১০ দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷…