সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সুখবৰঃ আজি আপোনাৰ একাউণ্টত সোমাব ধন

আজি ১০ ছেপ্টেম্বৰ। আজি পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন জমা হব হিতাধিকাৰীৰ একাউন্টত। ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও পাব এই ধন। ৪৩.৭২ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ধন। বিধৱা পেঞ্চন আৰু দিব্যাংগৰ সাহাৰ্য্যৰ ধনো একাউন্টত সোমাব বুলি…

ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত

জুৰি বৰুৱা কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে…

দেশত ত্ৰাস সৃষ্টি কৰা কি এই ভাইৰেল জ্বৰ? আক্ৰান্ত হ’ব পাৰে নেকি আপোনাৰ সন্তান?

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভাইৰেল জ্বৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত কেইদিনমানত উত্তৰ প্ৰদেশ-বিহাৰ আৰু মধ্য প্ৰদেশত ডেংগু আৰু ভাইৰেল জ্বৰৰ ঘটনা ভয়ানক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। চিন্তাৰ বিষয় এইটোৱেই ৰোগীসকলৰ ভিতৰত অধিক সংখ্যকেই হৈছে শিশু। উত্তৰ…

ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ যুৱ-ছাত্ৰ পৰিষদৰ

মাজুলীৰ আবেগক লৈ ৰাজনীতি বন্ধ কৰক : পলাশ চাংমাই গুৱাহাটী 9 ছেপ্তেম্বৰ: অতি শেহতীয়া মাজুলীত সংঘটিত শোকাবহ ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ…

মাজুলীক কিমান ভাল পাইছিল দুৰ্ভগীয়া পৰিমিতাই?

মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমিতা দাসৰ এটা ফেচবুক পোষ্ট - অৱশেষত আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে সহকাৰী অধ্যাপিকাৰ পদত যোগদান কৰোঁ।মোৰ এই দীঘলীয়া যাত্ৰাত আৰম্ভণিৰে পৰা মোৰ প্ৰতিটো খোজতে সহায় আৰু মোক…

“যাত্ৰীৰো ভুল আছে, কম বেছি পৰিমাণে সকলোৰে ভুল আছে”: বিধায়ক অতুল বৰা

মাজুলীত যোৱাকলিৰ বিয়লি ভাগত সংঘটিত হোৱা মৰ্মান্তিক নাও দুৰ্ঘটনা সন্দৰ্ভে এইবাৰ বিস্ফোৰক মন্তব্য দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ। বিধায়ক গৰাকীয়ে আজি কয় যে "যাত্ৰীৰো ভুলৰ বাবেই সংঘটিত হল ভয়ংকৰ নাও দুৰ্ঘটনাটো। যিমান যাত্ৰী উঠে সিমান বাহন…

“চৰকাৰী কৰ্মচাৰীৰ বাবেই নাও দুৰ্ঘটনা সংঘটিত হল”: দায়সৰা মন্তব্য মুখ্যমন্ত্ৰীৰ

যোৱাকালি সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ সন্দৰ্ভত আজি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শিহৰনকাৰী দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দোষ ঠেলিলে চৰকাৰী কৰ্মচাৰীলৈ। তেওঁ কয় যে " সংশ্লিষ্ট বিষয়া কৰ্মচাৰীয়ে চোৱা চিতা কৰা…

মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰাৰ বাবেই সাংবাদিকক নিৰ্মম প্ৰহাৰ তালিবানৰ

আফগানিস্তানত মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰা বাবেই অতি নিৰ্মম ভাৱে তালিবানে প্ৰহাৰ কৰিলে দুই সাংবাদিকক। তালিবানৰ দ্বাৰা প্ৰহৃত হোৱাৰ পিছত আঘাত প্ৰাপ্ত সাংবাদিকৰ দুখদায়ক ছবিয়ে বিশ্বব্যাপী উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া বিশ্ব ব্যাপী প্ৰশ্ন…

কি নতুন ৰণনীতিৰে জম্মুত কংগ্ৰেছৰ ৰাজকুমাৰ?

২ দিনীয়া ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ৯ আৰু ১০ ছেপ্টেম্বৰৰ জম্মু ভ্ৰমণ সম্পৰ্কে এবিপি নিউজৰ সৈতে বাৰ্তালাপ কৰি জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোলাম আহমেদ মীৰে কয় যে বৃহস্পতিবাৰে জম্মু…

৪ অক্টোবৰত অসমত অনুষ্ঠিত হব ৰাজ্য সভাৰ উপ নিৰ্বাচন

বহু জল্পনা কল্পনাৰ অন্তত ৪ অক্টোবৰত অসমত ৰাজ্য সভাৰ এখন আসনৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। যিহেতু বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছত খালী হৈ আছিল ৰাজ্য সভাৰ এখন আসন। ১৫ ছেপ্টম্বৰত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰা হব বুলি জনাইছে নিৰ্বাচন আয়োগে।…