৪ অক্টোবৰত অসমত অনুষ্ঠিত হব ৰাজ্য সভাৰ উপ নিৰ্বাচন

Share This Article

বহু জল্পনা কল্পনাৰ অন্তত ৪ অক্টোবৰত অসমত ৰাজ্য সভাৰ এখন আসনৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। যিহেতু বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছত খালী হৈ আছিল ৰাজ্য সভাৰ এখন আসন। ১৫ ছেপ্টম্বৰত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰা হব বুলি জনাইছে নিৰ্বাচন আয়োগে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ দিয়া হৈছে ২২ ছেপ্টেম্বৰ আৰু২৭ ছেপ্টেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখ যে ৪ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হব ভোটদান প্ৰক্ৰিয়া। আৰু সেইদিনাই অৰ্থাৎ ৪ অক্টোবৰৰ বিয়লি ৫ বজাৰ পৰাই অনুষ্ঠিত হব ভোট গণনাৰ প্ৰক্ৰিয়া।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.