সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৱশেষত ঘোৰ নিদ্ৰা ভংগ ৰজাঘৰৰ! যাত্ৰীক আজিৰে পৰা লাইফ জেকেট পিন্ধি উঠোৱা হয় ফেৰীত

দেশ কঁপাই যোৱা নিমাতী ঘাটৰ শিহৰণকাৰী নাওঁ দুৰ্ঘটনায়ে বৰ্তমানেও শোক বিৰাজ কৰি আছে। মৰণ কাতৰ অৰ্তনাদবোৰ আজিও প্ৰত্যেক জন হৃদয়বান লোকৰ অন্তৰত বাজি আছে। চৰকাৰৰ চৰম গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ বহুজনৰ আৰু তাৰ সমান্তৰাল ভাবে…

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ মুখ্য কাৰ্য্যালয় কাহিলীপাৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা ভালে সংখ্যক অসুবিধাৰ সম্পৰ্কে,উচ্চ শিক্ষা সঞ্চালক আৰু…

কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে, মহিলাৰ কাম সন্তান জন্ম দিয়াঃ তালিবান

তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছত এতিয়া আফগানী নাৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ সচেতন মহল। কুখ্যাত শ্বাৰিয়া আইনৰ প্ৰৱৰ্তনে বিপদ মাতি আনিব পাৰে আফগানী মহিলাৰ জীৱনলৈ। কিন্তু ইয়াৰ মাজতে তালিবানৰ এগৰাকী মুখপাত্ৰৰ ভাষ্যই আচৰিত…

এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছৰ বিস্ফোৰক তথ্য: সৰ্বাধিক দল বাগৰ নেতা কংগ্ৰেছৰ

দেশত প্ৰায়ে এটা দলৰ পৰা অন্য এটা দললৈ দল সলনি কৰা নেতাৰ প্ৰয়োভৰ পূৰ্বতকৈ বৃদ্ধি পায় আহিছে। এনে সময়তে "এছ'চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছ" ৰ এক প্ৰতিবেদনে আনিছে বিস্ফোৰক তথ্য। ২০১৪ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত বিধানসভা আৰু সংসদীয় নিৰ্বাচনৰ…

কিমান অকৰ্মণ্য আভ্যন্তৰীণ জল পৰিবহন বিভাগ?

বুধবাৰৰ দিনটো অসমবাসীৰ বাবে আছিল এটা ক'লা দিন। বুধবাৰে নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ঘটনাৰ পিছৰ পৰাই বিয়াগোম আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাম-কাজক লৈ প্রশ্ন উঠিছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ এই বিভাগটো যে চৰম…

নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ…

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস: বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ লোকৰ মৃত্যু হয় আত্মহত্যাত

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস- বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি আত্মহত্যা কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত দুগুণ। পৃথিৱীত প্ৰতি ৪০ ছেকেণ্ডত আত্মহত্যাত একোজনকৈ লোকৰ মৃত্যু হয়। বিশ্বজুৰি আত্মহত্যাকৰাৰ প্ৰৱণতা…

হৃদৰোগত আক্ৰান্ত হৈ নহয় অন্য কাৰণতহে মৃত্যু হৈছিল অভিনেতা সিদ্ধাৰ্থ শুক্লাৰঃ ৰাখী সাৱন্ত

বিগত ৫ দিন পূৰ্বে ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি অভিনেতা সিদ্ধাৰ্থ শুক্লাই । অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে কেৱল তেওঁৰ ঘনিষ্ঠ আৰু প্ৰিয়জনকেই বিচলিত কৰাই নহয় সমগ্ৰ ছবি উদ্যোগটোকো হতবাক কৰি তুলিছে এই অনাকাংক্ষিত খবৰটোৱে। এতিয়া অভিনেতাজনৰ…

মাজুলীঃ দুর্ঘটনাগ্রস্ত ফেৰীত নাছিল লাইফ জেকেট-যাত্রীৰ টিকট

যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাই পুনৰ এবাৰ জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতা উন্মোচন কৰিলে৷ আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বুধবাৰে দুর্ঘটনাত পতিত হোৱা মা কমলা নামৰ ফেৰীখনত নাছিল কোনো সুৰক্ষা ব্যৱস্থা৷ প্রাপ্ত তথ্য মতে ফেৰীখনত…

নিষ্ঠুৰ নিয়তি! বগা সাজ পিন্ধি নামঘৰলৈ যোৱা পৰীমিতা গাত বগা কাপোৰ মেৰিয়াই উভতি আহিল ঘৰলৈ…

দুচকুত অযুত স্বপ্ন লৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল পৰীমিতা দাসে৷ বিগত ফেব্রুৱাৰী মাহত এক নতুন উদ্যমেৰে মহাবিদ্যালয়খনত যোগদান কৰিছিল পৰীমিতাই৷ কিয়নো তেওঁৰ অন্যতম প্রিয় স্থানসমূহৰ এটা স্থান আছিল মাজুলী৷…