উত্তৰ প্ৰদেশত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
উত্তৰ প্রদেশৰ প্রয়াগৰাজত স্থাপন হ’বলগীয়া উত্তৰ প্রদেশ ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে প্রয়াগৰাজৰ স্বীকৃতি শিক্ষা কেন্দ্র হিচাপে…