নিমাতীঘাট ট্ৰেজেডীঃ তিনি বছৰত দুবাৰকৈ নিলম্বিত হোৱা কোন এই অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী?

Share This Article

২০১৮ চনৰ উত্তৰ গুৱাহাটীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ সময়ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তা পদত অধিষ্ঠিত আছিল বিক্ৰমাদিত্য চৌধুৰী। সেই ঘটনাৰ পিছতে চৌধুৰীক উক্ত পদৰ পৰা নিলম্বন কৰা হৈছিল। বিগত বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছতো সেই একেই পদত অধিষ্ঠিত হৈ থকা বিষয়াজনক পুনৰ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ দুৰ্ঘটনাৰ সময়ত অন্য জিলাত অৱসৰ বিনোদন কৰি থকা চৌধুৰী এইবাৰৰ নিমাতীঘাট দুৰ্ঘটনাৰ সময়ত আছিল স্বগৃহত। কিন্তু প্ৰশ্ন হয় – এইবাৰো চলিব নেকি নিলম্বনৰ নামত বিলম্বনৰ নাটক?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.