সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক…

ব্ৰহ্মপুত্ৰৰ তলেৰে ক’ত নিৰ্মান হ’ব সুৰংগ?

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। দ্বৈত সুৰঙ্গ পথ নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা…

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া ইমৰান শ্বাহ হুছেইনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া মূল অভিযুক্ত হাতীগাঁৱৰ ইমৰান শ্বাহ হুছেইনক দেওবাৰে দিল্লীৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ সহযোগত দিছপুৰ থানাৰ আৰক্ষীয়ে ঠিকাদাৰ ইমৰানক গ্রেপ্তাৰ কৰে৷ চাৰি দিন…

Just in – ফেৰী দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকাঃ এগৰাকী মহিলাৰ মৃতদেহ আৰু এজন লোকৰ বেগ…

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা।বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত পুনৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ এটা বেগ উদ্ধাৰ।বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ এখন চাৰিচকীয়া…

অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰাক লৈ কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

অসমত অনাগত ৬ মাহলৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কপা হ'ল অৰ্থাৎ অসমক পুনৰ এবাৰ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হল। এই আইনৰ অধীনত সেনা-নিৰাপত্তা বাহিনীয়ে ইচ্ছা কৰিলেই যিকোনো সময়ত যিকোনো স্থানত অভিযান চলাব পাৰিব। এই সম্পৰ্কে…

ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক

কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাক কালি গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়া ভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ী গৰাকীয়ে তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাক অৱগত…

APSCৰ প্ৰশ্নকাকতত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় প্ৰশ্ন! কিন্তু কি আহিছে প্ৰশ্নকাকতত?

আজি অনুষ্ঠিত হোৱা APSCৰ প্ৰাৰম্ভিক পৰীক্ষাত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় এটা প্ৰশ্নই আচম্বিত কৰিছে সকলোকে। APSC পাঠ্যক্ৰমৰ সাধাৰণ অধ্যয়ন প্ৰশ্নকাকতত অখণ্ড মানৱতাবাদৰ জনক আৰু অন্তোদয়াৰ সৈতে জড়িত মনিষী জনৰ নাম সোধা হৈছে। সম্ভাব্য উত্তৰত…

মাজুলীত হাহাকাৰঃ জাহাজৰ অভাৱত জীয়াতু ভুগিছে যাত্ৰীয়ে

মাজুলী-নিমাতী সংযোগী ফেৰী ঘাটত হোৱা দুখদায়ক আৰু হৃদয়বিদাৰক ঘটনাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিবৰ নির্দেশমর্মে শনিবাৰে সম্পূর্ণভাৱে মাজুলীৰ পৰাই হওক বা নিমাতীঘাটৰ পৰাই…

আমেৰিকাৰ ভয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিলে নেকি তালিবানে?

পাশ্চাত্য দেশৰ হেঁচাত সেও মানি আফগানিস্তানৰ নতুন অন্তর্ৱর্তীকালীন চৰকাৰৰ শপতগ্রহণ কার্যসূচী বাতিল কৰিলে তালিবানে৷ নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰা এপষেক পিছত অন্তর্ৱর্তীকালীন চৰকাৰ ঘোষণা কৰি ১১ ছেপ্টেম্বৰৰ দিনা চৰকাৰৰ শপতগ্রহণ…

ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছতে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ভূপেন্দ্ৰ পেটেল। উল্লেখ্য যে পেটেল ঘাটলোডিয়া সমষ্টিৰ বিধায়ক। অৱশ্যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত বিজয় ৰূপানিৰ পদত্যাগ আৰু ভূপেন্দ্ৰ…