APSCৰ প্ৰশ্নকাকতত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় প্ৰশ্ন! কিন্তু কি আহিছে প্ৰশ্নকাকতত?

Share This Article

আজি অনুষ্ঠিত হোৱা APSCৰ প্ৰাৰম্ভিক পৰীক্ষাত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় এটা প্ৰশ্নই আচম্বিত কৰিছে সকলোকে। APSC পাঠ্যক্ৰমৰ সাধাৰণ অধ্যয়ন প্ৰশ্নকাকতত অখণ্ড মানৱতাবাদৰ জনক আৰু অন্তোদয়াৰ সৈতে জড়িত মনিষী জনৰ নাম সোধা হৈছে। সম্ভাব্য উত্তৰত দীনদয়াল উপাধ্যায়ৰ লগতে শ্যামাপ্ৰসাদ মুখাৰ্জী, মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ নামো উল্লেখ আছে। সাধাৰণ অধ্যয়নৰ প্ৰশ্নকাকতত  আছিল দীনদয়াল উপাধ্যায় সম্পৰ্কীয় প্ৰশ্নটো৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.