বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন
বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ'ব হুপি ল'ব পৰা ক'ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল'ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি…