আজি কাতি বিহু

আজি কাতি বিহু।আহিন-কাতি মাহৰ সংক্ৰান্তিত এই বিহু পালন কৰা হয় ।এই বিহুৰ আনুষঙ্গিক অনুষ্ঠান হ’ল ধাননি পথাৰত , তুলসীৰ তলত আদি স্থানত সৰিয়হ তেলৰ চাকি দিয়া আৰু পথাৰত ধান চাবলৈ যোৱা । আমি সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে