বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমানঃ চৰকাৰী হৰ্ডিঙত সানিলে ক’লা ৰং

Share This Article

🔴 বৰাকত পুনৰ চূড়ান্ত অপমান অসমীয়া ভাষাক

🔴 বৰাকৰ অখ্যাত বৰাক ডেমোক্ৰেটিক যুৱ ফন্টৰ(BDYF) মইমতালি

🔴 চৰকাৰী হৰ্ডিঙত ক’লা ৰং সানি বৰাকত অসমীয়া ভাষা চলিব নিদিয়াৰ হুংকাৰ BDYFৰ

🔴 জল জীৱন মিছনৰ চৰকাৰী হৰ্ডিঙৰ অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি বঙালী ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাইছে পাবত গজা সংগঠনটোৱে

🔴 শিলচৰ ৰেল ষ্টেচনত সংঘটিত হৈছে এই ঘটনা

🔴 আনকি সদৌ বাঙালী ছাত্ৰ যুৱ সংস্থাইয়ো গ্ৰহণ কৰিছে অসমীয়া বিৰোধী স্থিতি

🔴 এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.