উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন-খহি পৰিল হোটেলঃ নিহত ৬

Share This Article

🔴 উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে

🔴 মূষলধাৰ বৰষুণৰ বাবেই সংঘটিত হৈছে এই ঘটনা

🔴 এই পৰ্যন্ত ৬ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে

🔴 উল্লেখ্য যে ভূমিস্খলনত নেপালৰ ৩জন আৰু কানপুৰৰ এজন পৰ্যটকৰ মৃত্যু হৈছে

🔴 ২৪ ঘন্টা ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ বাবেই সংঘটিত হ’ল এই অঘটন

🔴 পাউৰি জিলাত নিৰ্মীয়মান হোটেল খহি পৰাত আহত হয় বহু লোক

🔴 ৰুদ্ৰপ্ৰয়াগ আৰু চম্পাৱত আদি অঞ্চলতো ভূমিস্খলন হোৱাৰ খবৰ আহিছে

🔴 ভূমিস্খলনৰ ফলত গংগোত্ৰী আৰু যমুনাত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰিছে বহু যান-বাহন

🔴 দুৰ্গত সকলক উদ্ধাৰৰ বাবে এতিয়া যুদ্ধংদেহি অভিযানত নামি পৰিছে উত্তৰাখণ্ড প্ৰশাসন

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.