৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

Share This Article

🔴 ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হব এখন ৰুদ্ধদ্বাৰ বৈঠক

🔴 বৈঠকত বিজেপি সভাপতি জে পি নাড্ডাই পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সাফল্যসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে সকলো ৰাষ্ট্ৰীয় কৰ্মকৰ্তা আৰু দলৰ আগশাৰীৰ মুৰব্বীসকলক পৰামৰ্শ আগবঢ়াব

🔴 ইয়াৰ লগতে বিজেপিয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত আৰম্ভ কৰিব

🔴 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেই উপলক্ষে দলীয় কৰ্মকৰ্তাসকলৰ আগত বৈঠকত ভাষণ প্ৰদান কৰিব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.