সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত নিহত হিমাচলৰ ট্ৰেভেল ব্ল’গাৰ

মেক্সিকোত ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত নিহত হৈছে হিমাচলৰ এগৰাকী ট্রেভেল ব্ল’গাৰ ৷ নিহত ২৫ বছৰীয়া অঞ্জলি ৰায়ট নামৰ যুৱতীগৰাকীয়ে কেলিফ’র্নিয়াৰ ছান জোছত বাস কৰিছিল৷ উল্লেখনীয় যে অন্য এগৰাকী পর্যটকৰ সৈতে কেৰিবিয়ান ৰিজ’ট…

অসমত আৰু লকডাউন নহয়ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লকডাউন অসমত হ'ব নে নহয় সেয়া স্পষ্ট কৰিলে। অৱশ্যে লকডাউন সম্পৰ্কে বৰ্তমানো সংবাদ মাধ্যমত চৰ্চা চলি আছে৷ শৰ্মাই কয় যে আমি কোনেও লকডাউন হোৱাতো…

বাতিল কৰা হ’ল নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱঃ লকডাউনৰ আগজাননী নেকি?

◆ নলবাৰীৰ ৰাস মহোৎসৱ বাতিল ◆ এদিনীয়াকৈ অনুষ্টুপীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হব ৰাস ◆ ৰাস পূৰ্ণিমাৰ দিনা কভিড প্ৰটকল মানি অনুষ্ঠিত হব পূজা পাতল ◆ এয়া লকডাউনৰ আগজাননী বুলি সন্দেহ ব্যক্ত কৰিছে জনতাই ◆ অৱশ্যে লকডাউনৰ ক্ষেত্ৰত ৰাজ্য…

ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক/হাইমাদ্ৰাছা পৰীক্ষাঃ ছেবা

মুকলি কৰা হ'ল ছেবাৰ নতুন পৰ্টেল সকলো বিদ্যালয়সমূহ লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বাতিল হ'ব স্বীকৃতি দশম শ্ৰেণীৰ পৰীক্ষাৰ আভ্যন্তৰীণ মূল্যাংকনৰ বাবে ছেবাৰ নতুন পৰ্টেল মুকলি কৰা…

মুছলমান হোৱাৰ বাবেই অপমান কৰা হৈছে মহম্মদ শ্বামীকঃ আছাদুদ্দিন ওৱেচি

পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেটচত পৰাজিত হোৱাৰ পিছত এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। তাৰ মাজতে ছছিয়েল মিডিয়াত ডিজিটেল আক্ৰমণৰ বলি হৈছে পাকিস্তানৰ বিৰুদ্ধে অন্তিমটো অভাৰত বল কৰি থকা ভাৰতীয় পেচাৰ মহম্মদ…

চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানঃ দাক্ষিণাত্যৰ ভগৱান ৰজনীকান্তলৈ দাদাচাহেব ফাল্কে বঁটা

দিল্লীত অনুষ্ঠিত হৈ গ'ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সোমবাৰে দিল্লীৰ বিজ্ঞান ভৱনত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে প্ৰদান কৰে এই বঁটা কংগনা ৰণাৱাত তথা মনোজ বাজপেয়ী আৰু ধনুষকো প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ…

মুম্বাই ড্ৰাগছ কেচৰ নতুন মোৰঃ বিপদত পৰিব নেকি শ্বাহৰুখ পুত্ৰ আৰিয়ান খান?

মুম্বাইৰ বিলাসী ক্ৰুজ জাহাজৰ ড্ৰাগছ গোচৰৰ তদন্ত কৰি থকা এনচিবিৰ আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডে আজি বিশেষ এনডিপিএছ আদালতত হাজিৰ হৈ দুখনকৈ শপতনামা দাখিল কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী নৱাব মালিকে ৱানখেডৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ…

শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত হ’বঃ মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন…

আৰয়ান খান ড্ৰাগছ গোচৰক কেন্দ্ৰ কৰি বিজেপিক সমালোচনা কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবলে। ছগন ভুজবলে বিজেপিক সমালোচনা কৰি কয় যে যদি বলীউডৰ বাদশ্বাহ তথা অভিনেতা শ্বাহৰুখ খানে গেৰুৱা দলত (বিজেপি) যোগদান কৰে তেন্তে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত…

এইবাৰ গুৱাহাটীত বঙালী ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং লগাই বঙালী ভাষাক মোহাৰি পেলালে বীৰ লাচিত সেনাই

◆ বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাৰ পিছত ৰাজ্যত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ◆ বৰাকৰ দুষ্কৃতিকাৰী সংগঠনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ হৈছিল প্ৰতিবাদ ◆ বৰাকক অসমৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰাৰ দাবীও উঠিছে তুংগত ◆ তাৰ মাজে মাজে…

মহ আৰু ডেংগু নিয়ন্ত্ৰণৰ বাবে পশ্চিম বংগ চৰকাৰে ব্যৱহাৰ কৰিছে গাপ্পি মাছঃ অসমে পাৰিবনে?

কিছু দিনৰ পূৰ্বে কলিকতাৰ শিলিগুৰি চহৰৰ নিষ্কাশন নলাৰ মহ নাইকিয়া কৰিবলৈ এৰি দিয়া হৈছিল গাপ্পি মাছ। প্ৰদূষণৰ বাবে এই গাপ্পি মাছ জীয়াই নাথাকিল। সেয়েহে এইবাৰ ১৮ নং ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ আৰু শিলিগুৰি জলপাইগুৰি উন্নয়ন প্ৰাধিকৰণ ব'ৰ্ডৰ…