Investigative reporting with dedication.

দিল্লীত অনুষ্ঠিত হৈ গ’ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান
সোমবাৰে দিল্লীৰ বিজ্ঞান ভৱনত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে প্ৰদান কৰে এই বঁটা
কংগনা ৰণাৱাত তথা মনোজ বাজপেয়ী আৰু ধনুষকো প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
মনিকৰ্ণিকা আৰু পাঙ্গা ছবিৰ বাবে কংগনা ৰণাৱাতে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
ভোচলে ছবিৰ বাবে মনোজ বাজপেয়ীয়ে লাভ কৰে এই সন্মান
অসুৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ধনুষে
দাক্ষিণাত্যৰ গড ফাডাৰ ৰজনীকান্তে লাভ কৰিলে ৫১ সংখ্যক দাদাচাহেব ফাল্কে বঁটা
উত্তৰ-পূৱৰ চাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ গায়নে লাভ কৰিছে শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ




