বাতিল কৰা হ’ল নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱঃ লকডাউনৰ আগজাননী নেকি?

Share This Article

◆ নলবাৰীৰ ৰাস মহোৎসৱ বাতিল

◆ এদিনীয়াকৈ অনুষ্টুপীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হব ৰাস

◆ ৰাস পূৰ্ণিমাৰ দিনা কভিড প্ৰটকল মানি অনুষ্ঠিত হব পূজা পাতল

◆ এয়া লকডাউনৰ আগজাননী বুলি সন্দেহ ব্যক্ত কৰিছে জনতাই

◆ অৱশ্যে লকডাউনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি উপ নিৰ্বাচনৰ পিছতহে স্পষ্ট হ’ব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.