এইবাৰ গুৱাহাটীত বঙালী ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং লগাই বঙালী ভাষাক মোহাৰি পেলালে বীৰ লাচিত সেনাই

Share This Article

◆ বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাৰ পিছত ৰাজ্যত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি

◆ বৰাকৰ দুষ্কৃতিকাৰী সংগঠনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ হৈছিল প্ৰতিবাদ

◆ বৰাকক অসমৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰাৰ দাবীও উঠিছে তুংগত

◆ তাৰ মাজে মাজে ঘটনাটোত সাম্প্ৰদায়িক ৰহণ সানিছে প্ৰদীপ দত্ত ৰয়ে

◆ কিন্তু ইয়াৰ মাজতে এইবাৰ গুৱাহাটীত বঙালী ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং লগাই বঙালী ভাষাক মোহাৰি দিলে বীৰ লাচিত সেনাই

◆ বীৰ লাচিত সেনাৰ গুৱাহাটী শাখাই এইদৰেই আজি বঙালী ভাষাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.