সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেদাৰনাথত কি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ?

জন্মু – কাশ্মীৰত সেনা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ’ল কেদাৰনাথ মন্দিৰত ৷ শুকুৰবাৰে কেদাৰনাথ মন্দিৰত সেৱা জনোৱাৰ পাছতে তেও মুকলি কৰে আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি ৷ ২০১৯…

ডেমন গেলগুটৰ কোনখন গ্ৰন্থলৈ এই বছৰৰ বুকাৰ বঁটা ?

আফ্ৰিকান লেখক ডেমন গেলগুটলৈ আগবঢ়োৱা হৈছে বুকাৰ বঁটা ৷ ‘দ্য প্ৰমিজ ‘ শীৰ্ষক উপন্যাসৰ বাবে তেওলৈ এই সন্মান প্ৰদান কৰা হৈছে ৷ বুকাৰ বঁটা লাভ কৰা তেও হৈছে দক্ষিণ আফ্ৰিকাৰ তৃতীয়গৰাকী সাহিত্যিক ৷ ইয়াৰ পূৰ্বেও ডেমন গেলগুটৰ ‘দ্য গুড ডক্টৰ’ আৰু ‘ইন…

ৰাজ্যজুৰি সুধাকণ্ঠক সশ্ৰদ্ধ স্মৰণ

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ আজি দশম মৃত্যুবাৰ্ষিকী ৷ সমগ্ৰ ৰাজ্যই প্ৰবাদপ্ৰতীম শিল্পীগৰাকীক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাই মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত দিনযোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন…

প্ৰধানমন্ত্ৰী মোদীয়ে ক’ত উদযাপন কৰিলে দিপাৱলী ?

দিপাৱলীৰ দিনটোত দেশৰ সৈনিকসকলক শুভেচ্ছা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জন্মু – কাশ্মীৰৰ নৌছেৰাত ৷ সেনা জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘মই নিজৰ পৰিয়ালৰ সৈতে দিপাৱলী উদযাপন কৰিব বিচাৰো ৷ সেয়ে আজি…

টি২০ বিশ্বকাপৰ শোচনীয় প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মাই কাক জগৰীয়া কৰিলে ?

আফগানিস্তানৰ বিৰুদ্ধে টি ২০ বিশ্বকাপত প্ৰথম জয়ৰ মুখ দেখিলে ভাৰতে ৷ কিন্তু এতিয়াও ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ নিৰ্ভৰ কৰিব নিউজিলেণ্ডৰ প্ৰদৰ্শনৰ ওপৰত ৷ কিন্তু আফগানিস্তানৰ বিৰুদ্ধে বিজয়ৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই অন্য এক…

অসমীয়া চিনেমা নোচোৱা ব্যক্তিক কিয় চলচ্চিত্ৰ উন্নয়নৰ দায়িত্ব ?

অসমীয়া ছবি মই এখনো চোৱা নাই এতিয়ালৈকে ৷ ভিলেজ ৰকষ্টাৰ্ছৰ বাহিৰে ৷ দূৰদৰ্শন নামৰ মুভীখন ভাল হোৱা বুলি শুনিছিলো কিন্তু চাবলৈ নাপালো ৷ বাকী মুভীবোৰক বেছি গুৰুত্ব দিয়া নাই ৷বহুত ভাল হোৱা বুলি ভবা নাই ৷ হিন্দী মই চব মুভী চাইছো ৷’ এয়া আছিল…

পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে ১২ টকা আৰু…

জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও…

প্ৰাকৃতিক দুৰ্যোগৰ দিশৰ পৰা দেশৰ সৰ্বাধিক স্পৰ্শকাতৰ জিলাৰ তালিকাত অসমৰ দুখন জিলা

জলবায়ু জনিত দুৰ্যোগৰ দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ স্থিতিত আছে অসম অসমক বান, খৰাং ঘূৰ্ণীৰ দৰে দুৰ্যোগে ক্ষতিগ্ৰস্ত কৰাৰ প্ৰবল সম্ভাৱনা ৰাজ্যৰ আটাইতকৈ স্পৰ্শকাতৰ ঠাই ধেমাজি আৰু নগাঁও ক্লাইমেট ভালনাৰেবিলিটি ইণ্ডেক্সত অসমৰ নাম…

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উজ্বলি উঠিল চন্দ্ৰ মুদৈৰ ৰণুৱা আৰু বেঞ্জামিন দৈমাৰী

◆ দিল্লীত দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ উপস্থিতিত অনুষ্ঠিত হৈ গ'ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ◆ এই অনুষ্ঠানতে উজ্জ্বলি উঠিল দুগৰাকীকৈ অসম সন্তান ◆ অসমৰ জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত ছবি…