ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উজ্বলি উঠিল চন্দ্ৰ মুদৈৰ ৰণুৱা আৰু বেঞ্জামিন দৈমাৰী

Share This Article

◆ দিল্লীত দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ উপস্থিতিত অনুষ্ঠিত হৈ গ’ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

◆ এই অনুষ্ঠানতে উজ্জ্বলি উঠিল দুগৰাকীকৈ অসম সন্তান

◆ অসমৰ জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত ছবি ৰণুৱাই লাভ কৰিছে ৰজত কমল বঁটা

◆ ইয়াৰ লগতে ৰাজ্যৰ নৱাগত অভিনেতা বেঞ্জামিন দৈমাৰীয়ে জোনাকী পৰুৱা ছবিত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে লাভ কৰিছে বিশেষ সন্মান

◆ দুগৰাকীকৈ অসম সন্তানৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী

◆ চন্দ্ৰ মুদৈ আৰু বেঞ্জামিনৰ দৈমাৰীৰ সাফল্যই অসমক ভাৰতীয় চলচ্চিত্ৰ জগতখনত এক নতুন পৰিচয় প্ৰদান কৰিছে বুলি দাবী কৰিছে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.