সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। ভোট গণনা পাছতেই নিশা MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত।  উল্লেখযোগ্য যে, এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছিল…

মণিপুৰৰ বোমা বিস্ফোৰণত অসম ৰাইফলছৰ জোৱান নিহত…

বুধবাৰে, মণিপুৰত দুটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিগত দুটা মাহৰ ভিতৰত  চতুৰ্থটো বিস্ফোৰণ মণিপুৰত। বিস্ফোৰণত নিহত অসম ৰাইফলছৰ এজন জোৱান। মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত সংঘটিত হৈছিল এই ঘটনা। দুটা শক্তিশালী আই ই ডি…

অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে?

১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷…

পঞ্জাৱত কৃষকে ভেটিলে প্ৰধানমন্ত্ৰীৰ কনভয় : সমাবেশ বাতিল

কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা ৷ প্ৰায় দুবছৰৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱত । বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত…

গুৱাহাটী আই আই টিত কভিড`ৰ সংক্ৰমণ

ভাৰতৰ লগতে অসমতো প্ৰত্যেক দিনাই কভিড` ৰোগী ধৰা পৰিছে। এইবাৰ গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থী, বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহত ধৰা পৰিছে কভিড`-১৯। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড`। আক্রান্তসকলৰ অধিকাংশই বহিঃ ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী।…

পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী

আজি পুৱা জন্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলায়। সেই অভিযানতেই পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। চলিত সপ্তাহত কাশ্মীৰত এয়া আছিল সন্ত্ৰাসবাদীৰ সৈতে হোৱা পঞ্চমটো সংঘৰ্ষ। ৫ টা সংঘৰ্ষত ৮ জনকৈ…

উদ্ভৱ ভৰালীৰ বিৰুদ্ধে তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ

পুনৰ সংবাদ শিৰোনামত পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালী। বিভিন্ন সময়ত নিজস্ব উদ্ভাৱনৰ জৰিয়তে সংবাদ শিৰোনামত থাকে উদ্ধৱ ভৰালী। কিন্তু এক কাৰণতহে সংবাদ শিৰোনামলৈ আহিছে উদ্ধৱ ভৰালী। ভৰালীয়ে নিজৰ তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ উত্থাপিত হৈছে।  …

অসমত পুনৰ নহয় লকডাউন

ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে…

ভাৰতত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত ভাৰতত ৫৮,০৯৭ জন নতুনকৈ ৰোগী কোভিডত আক্ৰান্ত হৈছে আৰু ৫৩৪ জনৰ মৃত্যুৰ হৈছে। আনহাতে অ’মিক্ৰনত ২১৩৫ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক মুম্বাইত ১০৮৬০ জন, দিল্লীত ৫৪৮১ জন,  বেংগালোৰত ২০৫৩…

মুম্বাই আৰক্ষীৰ দ্বাৰা বেঙ্গালুৰুৰ ২১বছৰীয়া অভিযান্ত্ৰিকৰ ছাত্ৰক আটক

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি Bulli Bai ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বেঙ্গালুৰুৰ পৰা এগৰাকী একৈশ বছৰীয়া ছাত্রক আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে । অৱশ্যে মুম্বাই আৰক্ষীয়ে এই পৰ্য্যন্ত ছাত্ৰ গৰাকীৰ কোনো পৰিচয় ৰাজহুৱা কৰা নাই। আৰক্ষী অধীক্ষৰ…