কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত

Share This Article

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। ভোট গণনা পাছতেই নিশা MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত।  উল্লেখযোগ্য যে, এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছিল এছএমএছএছ সমৰ্থিত প্ৰাৰ্থী অভিষেক মহন্তই। বহুকেইটা পদত জয়লাভ কৰে ছাত্ৰ মুক্তিৰ সমৰ্থিত প্ৰাৰ্থীয়ে। সভাপতি পদত জয়লাভ কৰে নিয়ৰ ডেকাই। নিশা দুয়োটা হোষ্টেল আবাসীৰ মাজত সংঘটিত সংঘাতৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.