উদ্ভৱ ভৰালীৰ বিৰুদ্ধে তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ

Share This Article

পুনৰ সংবাদ শিৰোনামত পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালী। বিভিন্ন সময়ত নিজস্ব উদ্ভাৱনৰ জৰিয়তে সংবাদ শিৰোনামত থাকে উদ্ধৱ ভৰালী। কিন্তু এক কাৰণতহে সংবাদ শিৰোনামলৈ আহিছে উদ্ধৱ ভৰালী। ভৰালীয়ে নিজৰ তোলনীয়া কন্যাক বলাৎকাৰৰ অভিযোগ উত্থাপিত হৈছে।  পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ভৱ ভৰালীৰ বিৰুদ্ধে POSCO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।  এই গোচৰ ৰুজু হোৱাৰ পাছতেই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লৈছে অগ্ৰিম জামিন। ন্যায়ালয়ে ৭ জানুৱাৰীত গোচৰৰ কেছ ডায়েৰী তলব কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.