উত্তৰ প্ৰদেশত কোনে চলাইছে সাম্প্ৰদায়িক ৰাজনীতি?
উত্তৰ প্ৰদেশত আৰম্ভ হ’ল সাম্প্ৰদায়িক ৰাজনীতি৷আৰম্ভ হ’ল হিন্দু- মুছলমানৰ ৰাজনীতিৰে নির্বাচনী যুদ্ধত বিজয়ৰ প্ৰচেষ্টা৷কিদৰে সমাজবাদী পার্টিৰ অখিলেশ যাদবক মুছলমানৰ প্ৰতিনিধি সজোৱাৰ চেষ্টা চলোৱা হৈছে৷জনাম,অখিলেশ যাদবে অযোধ্যাৰ নাম সলনি কৰি দিব…