Investigative reporting with dedication.

আজি মুকলি হ’ল উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ।কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰিয়ংকা গান্ধীয়ে মুকলি কৰিলে এই নিৰ্বাচনী ইস্তাহাৰ।ইস্তাহাৰ মুকলি কৰাৰ সময়ত প্ৰিয়ংকা গান্ধীৰ সৈতে উপস্থিত আছিল ৰাহুল গান্ধীও।নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে যুৱকসকলৰ সৈতে কথা পাতিহে এই ইস্তাহাৰ মুকলি কৰা হৈছে।




