বিমান বন্দৰত ৫ জি সেৱা : আমেৰিকালৈ বিমানৰ উৰণ বন্ধ কিয় ?

আমেৰিকাত আৰম্ভ হোৱা ৫ জি সেৱাৰ বাবে বিমান যাত্ৰী আৰু বিমান সেৱা কোম্পেনীসমূহৰ মাজত হাহাকাৰ লাগিছে ৷ ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশে আমেৰিকালৈ যোৱা বিমানসেৱা স্থগিত ৰাখিছে ৷ যাৰ বাবে বিমানযাত্ৰা ব্যাহত হৈ পৰিছে ৷ পি টি আইৰ বাতৰি অনুসৰি…

অৰুণাচলৰ যুৱকক অপহৰণ কৰিলে চীনৰ সেনাই : প্ৰধানমন্ত্ৰী নীৰৱ কিয় ?

অৰুণাচল প্ৰদেশৰ এজন ১৭ বছৰীয়া যুৱকক চীনা সেনাই অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ এই অভিযোগ কৰিছে খোদ অৰুণাচলৰ বিজেপি সাংসদ তাপিত গাৱে ৷ মিৰাম তাৰোণ নামৰ যুৱকজনক চীনা সেনাই অপহৰণ কৰা বুলি তাপিৰ গাৱে টুইটযোগে সদৰী কৰিছে ৷ পিটিআইৰ…

ঘৃণাৰ প্ৰচাৰত কিয় ধন বিনিয়োগ কৰিছে আম্বানীয়ে ?

ভাৰতীয় সংবাদ মাধ্যমৰ আত্মসমৰ্পনৰ কাহিনী নিশ্চয় আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ বিশেষকৈ দেশত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা মূলসুঁতিৰ প্ৰায়বোৰ সংবাদ মাধ্যম হৈ পৰিল চৰকাৰৰ সমৰ্থক ৷ সমৰ্থক ছেটেলাইট চেনেলবোৰ লাহে লাহে প্ৰশংসকত পৰিণত হ’ল ৷ তাৰ পাছত সেই…

মেডিকেল শিক্ষাত অ’ বি চিৰ বাবে ২৭ % সংৰক্ষণ বাহাল ৰাখি কি ক’লে উচ্চতম ন্যায়ালয়ে ?

চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা জাতি (অ’ বি চি)ৰ বাবে ২৭ শতাংশ সংৰক্ষণ বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ নীটৰ ক্ষেত্ৰত এই সংৰক্ষণ প্ৰযোজ্য হৈ থাকিব বুলি ৰায়দান কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ বোপান্নাৰ…

নিজৰ দখলত থকা উত্তৰাখণ্ড,গোৱা,মনিপুৰ আৰু উত্তৰ প্ৰদেশত সংকটাপন্ন কিয় বিজেপি?

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাৱ,গোৱা আৰু মনিপুৰত হব নির্বাচন৷ ইয়াৰে পঞ্জাৱক বাদ দি উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মনিপুৰ চাৰিখন ৰাজ্যৰে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি৷ কিন্তু এই নির্বাচনত এই চাৰিখন ৰাজ্যতেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি?বিজেপিৰ দখলত থকা চাৰি ৰাজ্যত এইবাৰ…

হিন্দুত্ব–হিতাধিকাৰীৰ ৰাজনীতি ৰুধিবলৈ অখিলেশ যাদৱৰ নতুন ৰণকৌশল কি ?

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত…

পঞ্জাৱত কি ভুল কৰিলে আপে?

আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ…

ৰাজ্যত ক’ভিডত আক্ৰান্ত ৮৩৩৯ জন , মৃত্যু ১৫ জন

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে আক্ৰান্ত হৈছে সহস্ৰাধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৩৩৯ জন লোক । মৃত্যু হৈছে ১৫ জন ৰোগী। সৰ্বাধিক কামৰুপ(ম)ত ১৯২৯ জন, কৰিমগঞ্জত ৭৪৭ জন, ডিব্ৰুগড়ত ৫১২ জন, তিনিচুকীয়াত ৩৮০ জন, শিৱসাগৰত ৩০৫…

অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

বিশ্বত এতিয়া অ’মিক্ৰনৰ আতংক। ক’ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ’মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক’ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক’ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ’মিক্ৰণৰ লক্ষণ আক্রান্তৰ শৰীৰত অতি সোনকালেই দেখা দিয়ে। ২০ টা…