উত্তৰ প্ৰদেশত কোনে চলাইছে সাম্প্ৰদায়িক ৰাজনীতি?

উত্তৰ প্ৰদেশত আৰম্ভ হ’ল সাম্প্ৰদায়িক ৰাজনীতি৷আৰম্ভ হ’ল হিন্দু- মুছলমানৰ ৰাজনীতিৰে নির্বাচনী যুদ্ধত বিজয়ৰ প্ৰচেষ্টা৷কিদৰে সমাজবাদী পার্টিৰ অখিলেশ যাদবক মুছলমানৰ প্ৰতিনিধি সজোৱাৰ চেষ্টা চলোৱা হৈছে৷জনাম,অখিলেশ যাদবে অযোধ্যাৰ নাম সলনি কৰি দিব বুলি কোনে প্ৰচাৰ চলাইছে,কোনে চুটি পায়জামা আৰু দীঘল কুর্টাৰ পোষ্টাৰ…

আজি মুকলি হ’ল উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ।

আজি মুকলি হ’ল উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ।কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰিয়ংকা গান্ধীয়ে মুকলি কৰিলে এই নিৰ্বাচনী ইস্তাহাৰ।ইস্তাহাৰ মুকলি কৰাৰ সময়ত প্ৰিয়ংকা গান্ধীৰ সৈতে উপস্থিত আছিল ৰাহুল গান্ধীও।নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে যুৱকসকলৰ সৈতে কথা…

দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াত অমান্তি দিল্লীৰ উপ-ৰাজ্যপালৰ

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। পৰবৰ্তী সময়ত কেজৰিৱালে উপ-ৰাজ্যপাল অনিল বেইজাললে অন্তিম অনুমোদনৰ বাবে প্ৰস্তাৱটি প্ৰেৰণ কৰিছিল।  অনিল বেইজালে এই প্ৰস্তাৱত সন্মতি প্ৰদান নকৰিলে। কিন্তু তেখেতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী…

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক’ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে…

IAS Controversy:মমতাৰ সৈতে সুৰ মিলাইছে কিয় এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ?

আই এ এছ কেডাৰ আইনৰ সংশোধনক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত একে সুৰতে সুৰ মিলাইছে কেবাখনো এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে আই এ এছ কেডাৰ আইনত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিব বিচাৰিছে ৷ সেই অনুসৰি এতিয়াৰ…

গোৱাত শিৱসেনা, এন চি পি আৰু তৃণমূল কংগ্ৰেছৰ মহাজোঁটবন্ধন হ’ল নেকি ?

দেশৰ আন চাৰি ৰাজ্যৰ লগতে গোৱাৰ বিধানসভা নিৰ্বাচন সমাগত ৷ সৰু ৰাজ্য হ’লেও গোৱাৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে ৷ কাৰণ , কংগ্ৰেছ আৰু বিজেপিৰ দখলত থকা ৰাজ্যখনত এইবাৰ সোমাই পৰিছে আম আদমি পাৰ্টী , তৃণমূল কংগ্ৰেছ , এন চি…

গ্ৰেপ্তাৰ হ’ব উদ্ধব ভৰালী,জামিন আবেদন নাকচ ন্যায়ালয়ৰ

গ্ৰেপ্তাৰ হব উদ্ধব ভৰালী৷গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন। পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল। ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালতৰ এই সিদ্ধান্ত। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা…

৫০ বছৰ পাছত আজি কিয় নুমাই দিয়া হ’ব অমৰ জৱান জ্যোতিৰ অগ্নিশিখা ?

নুমাই দিয়া হ’ব নতুন দিল্লীৰ অমৰ জৱান জ্যোতিৰ অনিৰ্বান শিখা ৷ শুকুৰবাৰে অমৰ জৱান জ্যোতিৰ শিখা ৱাৰ মেম’ৰিয়েলৰ অগ্নিশিখাৰ লগত একলগ কৰা হ’ব ৷ ১৯৭১ চনৰ ভাৰত- পাকিস্তান যুদ্ধত ছহিদ হোৱা ভাৰতীয় সেনাৰ স্মৃতিত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। বজাৰ, মল আদিত যুগ্ম-অযুগ্ম নিয়ম উঠাই দিয়াৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী উপস্থিত থকাৰ বাবে অনুমতি জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰস্তাৱটি অন্তিম অনুমোদনৰ…

অসমখন কাৰ?কাৰোবাৰ বাপেকৰ সম্পত্তি?

অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা অখিল গগৈৰ।বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত অসম বাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে।মেঘালয়ক বিবদমান এলেকাৰ মাটি এৰি দিয়াৰ পাছত অখিল গগৈৰ প্ৰশ্ন নাগালেণ্ড,অৰুণাচল, মেঘালয়,মিজোৰামে বেদখল…