ধনীৰ সম্পত্তি বাঢ়িছে,দুখীয়াৰ আয় কমিছে৷ তাৰমাজতে কেনেকৈ দেশত লেম্ব’ৰগিনিৰ বিক্ৰী বাঢ়িছে?

২০২১ চনত ভাৰতত অভিলেখসংখ্যক ভাবে বৃদ্ধি পালে বিলাসী বাহন লেম্বৰগিনিৰ বিক্ৰী৷পূর্বৰ বর্ষতকৈ ২০২১ বর্ষত ৮৬ শতাংশ বৃদ্ধি পালে লেম্বৰগিনিৰ বিক্ৰী৷উল্লেখনীয় যে,বিলাসী বাহন লেম্বৰগিনিৰ মুল্য আৰম্ভ হয় প্ৰায় ৩ কোটিৰ পৰা৷কিন্তু সেই একেখিনি সময়তে চৰম দৰিদ্ৰতাৰ দিশে গতি কৰিলে প্ৰায় ৪…

ব্ৰিটেইন স্বাভাৱিক হ’ল , মহাৰাষ্ট্ৰত পাঠদান চলিব , অসমত কি হোৱা উচিত ?

বুধবাৰৰ দিনটোত দেশখনত কোভিডত আক্ৰান্ত হৈছিল ১ লাখ ৮ হাজাৰ নাগৰিক ৷মৃত্যু হৈছিল ৩৫৯ গৰাকী লোকৰ ৷ কিন্তু সেই দিনটোতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বিদ্যালয়সমূহ খুলি দিয়া হ’ব ৷ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে মাষ্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই ৷ কাৰ্যালয়বোৰলৈ…

টেলিপ্ৰমটাৰ কি,কেইপ্ৰকাৰৰ?বিশ্বৰ কোন নেতাই সৰ্বাধিক টেলিপ্ৰমটাৰ ব্যৱহাৰ কৰে?

বিশ্ব অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ হঠাতে বন্ধ হোৱাৰ পিছত আজিও চৰ্চাত আছে টেলিপ্ৰমটাৰৰ কথা।কিন্তু হঠাৎ চৰ্চালৈ অহা এই টেলিপ্ৰম্পটাৰ কি,ইয়াক কেনেকৈ কিয় ব্যৱহাৰ কৰা হয়,ইয়াৰ প্ৰকাৰ কি কি আৰু একোটা টেলিপ্ৰমটাৰৰ মূল্য কিমান জানো আহক আপুনি প্ৰায়ে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি…

১০ মহাবিদ্যালয়ত নতুনকৈ আৰম্ভ হ’ব বিজ্ঞান আৰু বাণিজ্য শাখা।কিন্তু পঢ়াব কোনে?

দহখন মহাবিদ্যালয়ত নতুনকৈ বানিজ্য আৰু বিজ্ঞান শাখা পবর্তন কৰিব অসম চৰকাৰে৷কিন্তু আমাৰ প্ৰশ্ন,তাত পঢ়াব কোনে?হাফলংত বুধবাৰে অনুষ্ঠিত হল অসম চৰকাৰৰ কেবিনেট বৈঠক৷বৈঠকত সিদ্ধান্ত লোৱা হল,দহখনকৈ কলেজত নতুনকৈ পবর্তন কৰা হব বিজ্ঞান আৰু বানিজ্য শাখা৷সেই অনুসৰি শুৱালকুছি মহাবিদ্যালয় আৰু মৰিগাও মহাবিদ্যালয়ত…

চৰকাৰী পৰিসংখ্যাতকৈ নগুণ অধিকৰ মৃত্যু হৈছে ক’ভিডত!

গুজৰাট আৰু তেলেংগানা চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ৫০,০০০ টকাৰ অনুকম্পামূলক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে৷ কিন্তু চৰকাৰী তথ্যতকৈ গুজৰাটত নগুণ আৰু তেলেংগানাত সাতগুণ অধিকে এই সাহাৰ্য বিচাৰি আবেদন কৰিছে৷ কোভিড’ত কিমানৰ মৃত্যু হৈছে-তাক লৈ হোৱা কেইবাটাও বেচৰকাৰী অধ্যয়নত ভাৰতত…

চন্দ্ৰ শেখৰ আজাদে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা

আগন্তক বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা ভীম সেনাৰ মুৰব্বী চন্দ্ৰ শেখৰ আজাদে  প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা। আজি আজাদ সমাজ পাৰ্টিয়ে(এএছপি)এই কথা ঘোষণা কৰে। আজাদ সমাজ পাৰ্টিয়ে ছ’চিয়েল মিডিয়াৰ এক বিবৃতিত কয়, ‘বহুজন…

সমাজবাদী পাৰ্টীৰ প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যৰ বিজেপিত যোগদান

উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট এতিয়া প্ৰতি মূহুর্তত সলনি হৈছে। শাসনাধিস্থ বিজেপি দলৰ পৰা ৩ জন মন্ত্রী আৰু ১০ জন বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা পাছতেই সমগ্র দেশতেই চৰ্চা লাভ কৰিছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। কিন্তু বুধবাৰে সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱৰ ভাই-বোৱাৰী…

টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব।  অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই অৱসৰৰ কথা…

অসমৰ ৬৯০ বৰ্গ কিঃমিঃ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে?

অসমৰ ৬৯০ বর্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে? এই শিৰোনামাৰেই অসমবাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে৷ চিঠিখনৰ হুবহু তলত আগবঢ়াইছোঁ৷ শ্রদ্ধেয় অসমবাসী ৰাইজ, প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। এটি জৰুৰী বিষয়ত আপোনালোকলৈ এই পত্ৰখন লিখিলো। যোৱা ১৮…

বিপিন ৰাৱটৰ ভাতৃয়ে যোগ দিলে বিজেপিত

ভাৰতৰ প্ৰথম চীফ অৱ দ্য ডিফেন্স ষ্টাফ প্ৰয়াত বিপিন ৰাৱটৰ ভাতৃ বিজয় ৰাৱটে বিজেপিত যোগদান কৰিছে ৷বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামিৰ উপস্থিতিত তেও বিজেপি দলত যোগদান কৰে ৷ বিজয় ৰাৱট ভাৰতীয় সেনাৰ এগৰাকী অবসৰপ্ৰাপ্ত কৰ্ণেল ৷তেও সমাগত বিধানসভা নিৰ্বাচনত…