দেশত ২৪ ঘণ্টাত ক’ভিডত ২,৬৮,৮৫৩ জন ৰোগী আক্ৰান্ত

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শুক্ৰবাৰৰ দিনটোত দেশত ক’ভিড ৰোগীৰ সংখ্যা আছিল ২,৬৪,০০০। আনহাতে শনিবাৰৰ দিনটোত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৬৮,৮৫৩ জন ৰোগী। বিগত ২৪ ঘণ্টাত দেশখনত ৪০২ জন লোকৰ মৃত্যু হয় ক’ভিড-১৯ত। যি শনিবাৰৰ তুলনাত কম। আনহাতে, সংক্ৰমণৰ…

“সেনা দিৱস” উপলক্ষে ৰাষ্ট্ৰীয় পতাকা ‘মনুমেণ্টেল নেচনেল ফ্লেগ’ প্ৰদৰ্শন

আজি “সেনা দিৱস” উপলক্ষে খাদী কাপোৰেৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা মনুমেণ্টেল নেচনেল ফ্লেগ ভাৰত-পাকিস্তানৰ সীমান্তত এক বিশাল ৰাজহুৱা  অনুষ্ঠানত প্ৰদৰ্শন কৰে। মনুমেণ্টেল নেচনেল ফ্লেগৰ জোখ ২২৫ ফুট দীঘল, ১৫০ ফুট বহল আৰু ওজন প্ৰায় ১৪০০ কি.গ্ৰা.। ৭০ জন খাদী…

পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আজি প্ৰকাশ কৰিলে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। পঞ্জাৱত কংগ্ৰেছ আৰু  উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ ৮৬ আসনৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত চামকৌৰ চাহিবৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।…

CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন

বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন। বিগত মাহৰ ৮ ডিচেম্বৰত দেশৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ৰাৱাটৰ পত্নীসহ ১২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। তামিলনাডুত সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনা। দুৰ্ঘটনাটো কোনো…

ধৰ্ম সংসদত ধৰ্ম প্ৰচাৰকক আৰক্ষীৰ জেৰা….

উত্তৰাখণ্ডৰ হৰিদ্বাৰত হিন্দু ধৰ্ম সংসদত ভাগ লৈ মুছলমানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ কোৱা ৱাছিম ৰিজভি এতিয়া ৰঙা ঘৰৰ আলহী। ধৰ্ম সংসদত মুছলমান বিৰুদ্ধী মন্তব্য আগবঢ়াই দেশৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চাত আছিল ৱাছিম ৰিজভি, য়তি নৰসিংহানন্দ আৰু চদবি অৰ্ণপূৰ্ণা। মুছলমান…

দুইপালি ভেকচিন নোলোৱা লোকে ওলাব নোৱাৰিব ঘৰৰ পৰা

আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। কোভিডৰ দুইপালি ভেকচিন নোলোৱা লোকে আজিৰে ওলাব নোৱাৰিব ঘৰৰ পৰা। হাস্পতালৰ বাহিৰে ৰাজহুৱা স্থানত প্ৰৱেশত কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। লগতে হোটেল, মল, ৰেষ্টুৰেণ্ট আদিতো প্ৰৱেশ কৰিব নোৱাৰিব।…

ক’ভিডত 24 ঘণ্টাত আক্ৰান্ত—

দেশত অব্যাহত আছে ক’ভিড মহামাৰীৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২,৬৮,৮৩৩ জন লোক। ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪০২ জন ৰোগী। লগতে অমিক্ৰণত আক্ৰান্ত হৈছে ৬০৪১ জন ৰোগী। ইফালে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত…

আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ। আজি ধৰা পৰে আনন্দ মিশ্ৰৰ দেহত ক’ভিড অৱস্থিতি। বৰ্তমান আৰক্ষী অধীক্ষকজন হোম আইচ’লেছনতে আছে। লগতে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰুপম হাজৰিকা । উল্লেখ্য যে, নৱবৰ্ষৰ…

উত্তৰ প্ৰদেশৰ নিৰ্বাচন হব ৮৫ আৰু ১৫ঃ স্বামী প্ৰসাদ মৌৰ্য

কিছুদিনৰ পূৰ্বে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, এইবাৰ প্ৰতিদ্বন্দিতা ৮০ বনাম ২০ হব। কিন্তু তাৰ কেইদিনমানৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতিত সলনি হয় প্ৰেক্ষাপট। বিজেপিৰ মন্ত্ৰী-বিধায়কে ত্যাগ কৰে দল। মঙলবাৰে স্বামী প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথ চৰকাৰৰ পৰা পদত্যাগ…

বিজেপিৰ ১১ জন মন্ত্ৰী-বিধায়কৰ যোগদান সমাজবাদী পাৰ্টীত

উত্তৰ প্ৰদেশত এতিয়া নিৰ্বাচনী ধুমুহা বাৰুকৈয়ে বলিছে। বিজেপিয়ে টিকট কাক দিব তাকে চিন্তা-চৰ্চা কৰি থকা সময়তে ৩ মন্ত্ৰী আৰু ১০ জন বিধায়কে বিজেপি দল ত্যাগ কৰিলে। দল ত্যাগ কৰা ১১ জন মন্ত্ৰী-বিধায়কেই যোগদান কৰিলে সমাজবাদী পাৰ্টীত। লক্ষ্ণৌত অখিলেশ যাদৱৰ উপস্থিতিত…