সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিন্দুত্ব–হিতাধিকাৰীৰ ৰাজনীতি ৰুধিবলৈ অখিলেশ যাদৱৰ নতুন ৰণকৌশল কি ?

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত ৷ তাৰ মাজতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত অধিক চৰ্চাৰ বিষয় হৈ পৰিছে হিন্দুত্ব – হিতাধিকাৰী বনাম বিনামূলীয়া বিজুলীৰ ৰাজনীতি ৷ বিজেপিৰ হিন্দুত্ব আৰু হিতাধিকাৰীৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাবলৈ সমাজবাদী পাৰ্টীয়ে আজিৰে পৰা আৰম্ভ কৰিছে নাম লিখাও অভিযান ৷ এই সন্দৰ্ভত চাওঁক আমাৰ এক  বিশেষ প্ৰতিবেদন-

- Donation -

Leave A Reply

Your email address will not be published.