সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিত স্তব্ধ উত্তৰ প্ৰদেশৰ উন্নতি : নৰেন্দ্ৰ মোদী

আজি উত্তৰ প্ৰদেশৰ বিজন'ৰত এক ভাৰ্চুৱেল ৰেলীক সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় উত্তৰ প্ৰদেশৰ উন্নতি স্তব্ধ হৈ গৈছে ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিৰ বাবে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ অস্থি সংগ্ৰহ

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। দেওবাৰে সন্ধিয়া ৭.১৬ বজাত শিৱাজী পাৰ্কত শেষাকৃত সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা অগনন…

ডঃ হিমন্ত বিশ্ব শৰ্মাই কি কি ক’লে সংবাদমেলত-

আজি জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ কথা ঘোষণা কৰে মুখ্যমন্ত্রী শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা, ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ নৈশ কাৰ্ফিউ। কিন্তু সকলোৱে মাস্ক পিন্ধাটো…

বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব সাহাৰ্য্য- ডঃ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষাণা- ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত কভিডৰ সকলো নিষেধাজ্ঞা বাতিল। লগতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু। বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব ডেৰ লাখ টকাকৈ সাহাৰ্য্য। কিন্তু ১০ বছৰ…

শ্ল’ পইজন দি স্তব্ধ কৰিব বিচৰা হৈছিল লতা মংগেশকাৰৰ কণ্ঠ

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰত ৰত্ন লতা মংগেশকাৰে ৷ জীৱনৰ বেছিভাগ সময় তেও কটাইছিল সংগীত ষ্টুডিওত ৷ কিন্তু এইগৰাকী গায়িকাৰ কণ্ঠ চিৰদনলৈ স্তব্ধ কৰি দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ ইয়াৰ বাবে তেওৰ খাদ্যত মিহলোৱা হৈছিল শ্ল’ পইজন ৷…

লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কোকিল কণ্ঠী গায়কা লতা মংগেশকাৰে ৷ ২৯ টা দিন জীৱন মৃত্যুৰে যুঁজ দিয়াৰ পাছত তেও চিৰবিদায় মাগে ৷ লতা মংগেশকাৰৰ মৃত্যুৰ পাছত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ৷ এই দুদিন ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা…

ক্ৰিকেটপ্ৰেমীয়ে কিয় মনত ৰাখিব লতা মংগেশকাৰক ?

লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই ৷ কিন্তু ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে তেও হৈ ৰ’ব চিৰস্মৰণীয় ৷ কাৰণ, ১৯৮৩ চনত ভাৰতীয় ক্ৰিকেট দলে যেতিয়া বিশ্বকাপ ক্ৰিকেট জয় কৰিছিল , তেতিয়া ক্ৰিকেট দলটোক পুৰষ্কৃত কৰিবলৈ বি চি চি আইৰ ওচৰত কোনো ধন নাছিল ৷…

লতা মংগেশকাৰৰ বিয়োগত সর্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

কোকিলকন্ঠী গায়িকা , ভাৰত ৰত্ন লতামংগেশকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোনোৱালে৷ তেখেতে উল্লেখ কৰে, “ লতাজীৰ বিয়োগ দেশৰ বাবে অপূৰনীয় ক্ষতি ৷ এয়া এটা যুগৰ অৱশান ৷ লতাজিৰ বিয়োগত ময়ো দেশবাসীৰ সৈতে দুখৰ সমভাগী…

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে।

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। লতাজীয়ে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয়…

ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয়

ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি…