পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পাছতেই আপোনাৰ বাবে কি বেয়া খবৰ ৰৈ আছে?
চলি আছে উত্তৰ প্ৰদেশ,পঞ্জাৱ, গোৱাকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন।নিতৌ শাসক বিৰোধীয়ে অব্যাহত ৰাখিছে প্ৰতিপক্ষৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমন।কিন্তু এই পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই আপোনাৰ বাবে ৰৈ আছে এটা বেয়া খবৰে।যি বেয়া খবৰে…