পুনৰ কেইবছৰৰ বাবে জেললৈ যাব লাগিব লালু?

Share This Article

আকৌ দোষী সাব্যস্ত হল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদব৷কিন্তু এইবাৰ কি শাস্তিৰ সন্মুখীন হব লালু যাদব?ইতিমধ্যে পূর্বৰ চাৰিটাকৈ ফুডাৰ স্কেমত দোষী সাব্যস্ত হৈছিল লালু প্ৰসাদ যাদব৷বর্তমান জামিনত মুকলি আকাশৰ তললৈ অহা লালু প্ৰসাদ যাদব এইবাৰ পুনৰ দোষী সাব্যস্ত হৈছে পঞ্চমটো গোচৰত৷কিন্তু কি আছিল কেলেংকাৰি?এইবাৰ কি শাস্তিৰ সন্মুখীন হব লালু প্ৰসাদ যাদব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.