আজিৰে পৰা আপুনি কি কি কোভিড বিধি মানি চলিব নালাগে ?

Share This Article

মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ।
নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে।
এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব।
সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব।
বিবাহ, মৃতকৰ সতকাৰ আদি কাৰ্যতো কোনো বাধা নিষেধ নাথাকিব।
বজাৰ-সমাৰ, ছবিগৃহকে ধৰি শ্বপিং মল আদি সম্পূৰ্ণ খোলা থাকিব।
ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
ৰাজহুৱা স্থানত যাবলৈ কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।
বিমান বন্দৰ, ৰে’ল ষ্টেচন, হাস্পতাল আদিত থকা কোভিড পৰীক্ষাৰ সকলো নিয়ম প্ৰত্যাহাৰ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.