হিমালয়ৰ পৰা বাবাই কিদৰে নিয়ন্ত্ৰণ কৰিছিল শ্বেয়াৰ বজাৰ ?

হিমালয়ৰ সুৰংগত বাস কৰি থকা এজন ‘বাবা’ বা সন্যাসী ৷ যিয়ে পাৰ্থিৱ মায়া মোহ ত্যাগ কৰি সন্যাসৰ পথ লৈছে ৷ তেনে এজন বাবাই বছৰ বছৰ ধৰি নিয়ন্ত্ৰণ কৰিছিল ভাৰতৰ বজাৰ আৰু বিনিয়োগ ৷ আপুনি বিশ্বাস কৰিব পাৰেনে এনে ঘটনা ?…

এবছৰ পাৰ নৌহওঁতেই প্ৰতাৰণাৰ ৰাজনীতি আৰম্ভ কৰিছে নেকি?

নিবনুৱাক লুণ্ঠনৰ জাল মেলিছে চৰকাৰে।যিখন চৰকাৰে নিবনুৱাক কর্মসংস্থাপনৰ সপোন দেখুৱাই ক্ষমতালৈ আহিছিল, সেইখন চৰকাৰেই এতিয়া নিবনুৱাৰ জেপ খালী কৰাৰ ফন্দি ৰচনা কৰিছে।ৰাজ্যত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই আৰম্ভ হৈছে…

নিৱনুৱা সমস্যাক লৈ দেশজুৰি সূচনা হৈছে জনজাগৰণ৷এই জনজাগৰণে চুই যাব নেকি অসমকো?

শেহতীয়াকৈ ৰেলেৱে পৰীক্ষাত সংঘটিত হোৱা বেমেজালীক লৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত সূচনা হৈছিল ব্যাপক ছাত্ৰ আন্দোলন৷সমগ্ৰ দেশৰে দৃষ্টি আর্কষণ কৰিছিল এই বিদ্ৰোহে৷এইবাৰ উত্তৰ প্ৰদেশত ৰুপায়ন হব ছাত্ৰৰ সত্যাগ্ৰহ কার্যসূচী৷সাম্প্ৰদায়িকতা আৰু ধর্মীয় সংঘাতে উত্তাল কৰি ৰখা দেশখনত শেহতীয়া সময়ত নিবনুৱা সমস্যাৰ…

গৰুৱে কিদৰে বিপদ মাতিছে যোগী আদিত্যনাথৰ ?

উত্তৰ প্ৰদেশত বিগত পাঁচ বছৰত চলিল যোগীৰাজ ৷ যোগীৰাজ মানেই হিন্দুত্ববাদৰ কঠোৰ অনুশীলন ৷ গো হত্যাৰ বিৰুদ্ধে শাসনলৈ অহাৰ পাছৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিন্দুত্ববাদী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ কেৱল ২০২০ চনতে যোগী আদিত্যনাথে গো মাংসৰ ব্যৱসায়ৰ লগত জড়িত…

বলেৰে নহয়,চলেৰে ইউক্ৰেইন দখল কৰিব নেকি ৰাছিয়াই?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷মংগলবাৰে ইউক্ৰেইন সীমান্ত আগুৰি ধৰিছিল ৰাছিয়াই৷ৰাছিয়াৰ বিশাল সৈন্য বাহিনী,যুদ্ধ টেংকাৰ আৰু যুদ্ধ অস্ত্ৰ ইউক্ৰেইন সীমান্তত দেখা পোৱা গৈছিল চেটেলাইত ইমেজত৷ ৰাছিয়াৰ আক্ৰমণ নিশ্চিত হৈ পৰাত ইউক্ৰেইন ত্যাগ কৰিবলৈ নিজ দেশৰ নাগৰিকক আহ্বান জনাইছিল ভাৰতকে ধৰি বিশ্বৰ ২০ খনৰো…

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই…

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাপ্পী লাহিড়ীয়ে। ৮০ আৰু ৯০ দশকত বলিউড জগতত নিজৰ কণ্ঠৰ জৰিয়তে খলকনি তুলিছিল বাপ্পীয়ে।মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে সোণৰ গহনা ভাল পোৱা কণ্ঠশিল্পীগৰাকীয়ে। সোণৰ…