কাৰ্টুনৰ ৰূপত উভতি আহিছে নেকি বিভৎসতাৰ ইতিহাস ?

মানুহৰ ইতিহাসৰ বিভৎতম খলনায়ক হিচাপে বিবেচনা কৰা হয় জাৰ্মান শাসক হিটলাৰক ৷ নাজী বাহিনীক ইতিহাসে সদায়ে মানৱতাৰ শত্ৰু বুলিয়ে গণ্য কৰি আহিছে ৷ সকলোৱে ক’ব বিচাৰে যে আধুনিক সমাজ ব্যৱস্থাত হিটলাৰ আৰু নাজী কাৰোৱে স্থান নাই ৷ কিন্তু ইতিহাসৰ পুণৰাবৃত্তি…

এটা হিন্দু পৰিয়ালে ৫০ বছৰ ধৰি কিয় চোৱাচিতা কৰি আহিছে এটা মছজিদ?

সাম্প্ৰদায়িক সম্প্ৰীতিৰ এটা সুন্দৰ উদাহৰণ।ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত একাংশ ধৰ্মান্ধ ৰাজনৈতিক দলে মন্দিৰ মছজিদৰ কথাৰে পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতে পোহৰলৈ আহিছে ধৰ্মীয় সম্প্ৰীতিৰ এক অনন্য ছবি।পশ্চিমবঙ্গত এটা হিন্দু পৰিয়ালে যোৱা 50 বছৰ ধৰি যত্ন লৈ আহিছে এটা মছজিদৰ।কেৱল…

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী মৌচুমী…

আকৌ জে’ললৈ যোৱাৰ পূৰ্বে কি কৈ গ’ল লালু প্ৰসাদ যাদৱে?

পুনৰ ৫ বছৰৰ বাবে কাৰাগাৰলৈ যাব লালু প্ৰসাদ যাদব৷ফুডাৰ স্কেমৰ পঞ্চমটো গোচৰত ১৫ ফেব্ৰ্ৰুৱাৰীত লালু প্ৰসাদ যাদবক দোষী সাব্যস্ত কৰিছিল চিবিআইৰ আদালতে৷আজি এচ কে শশী বিচাৰপিঠে ঘোষণা কৰিলে লালু যাদবৰ শাস্তি৷লালু যাদব ৫ বছৰৰ বাবে আকৌ যাব লাগিব কাৰাগাৰলৈ৷ভৰিব লাগিব…

কিয় বাজিছে তৃতীয় বিশ্বযুদ্ধৰ দামামা ?

তৃতীয় বিশ্বযুদ্ধৰ দামামা বাজিছে বিশ্বত ৷ যিকোনো মুহূৰ্ততে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে ইউৰোপ ৷ ইউক্ৰেইন সীমান্তত ৰুছ সেনাৰ তৎপৰতাই তাৰেই আগজাননী বহন কৰিছে ৷ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ব্লাডিমিৰ পুটিনে যুদ্ধ নিবিচাৰে বুলি ঘোষণা কৰিছে যদিও আমেৰিকা আৰু ইউৰোপে এই কথা বিশ্বাস কৰিব…

অসমৰ যুৱক-যুৱতীক নে উত্তৰ প্ৰদেশ-হাৰিয়ানাৰ নিবনুৱাক এক লাখ চাকৰি দিব হিমন্ত বিশ্ব শর্মাই?

বিদ্যালয়ৰ কণ কণ শিশুক পঢ়ুৱাব নোৱাৰে অসমৰ শিক্ষকে৷সেইবাবেই নিযুক্তি উত্তৰ প্ৰদেশৰ শিক্ষকক৷সেই বিতর্ক মাৰ নাযাওতেই পোহৰলৈ আহিছে বহিৰাগতক নিযুক্তিৰ আন এক তথ্য৷আজিৰ অসমীয়া প্ৰতিদিনৰ এক বাতৰি অনুসৰি, গুৱাহাটীৰ বেলতলাত থকা কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয়ত নিযুক্তি দিয়া হৈছে অসমীয়া…

নির্বাচনী সভাতেই আন্দোলনৰ সন্মুখীন ৰাজনাথ সিঙ৷

হ’গী হ’গী,ড’ন্ট ৱৰী৷শ্ল’গান দিয়ক ভাৰত মাতা কি জয় বুলি৷ চাকৰি হব৷চিন্তা নকৰিব,এতিয়া ভাৰত মাতা জয়ৰ শ্ল’গান দিয়ক৷ উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে তৃতীয় পর্যায়ৰ ভোটগ্ৰহণ৷তাৰমাজতে অব্যাহত বাকী ৪ টা পর্যায়ৰ নির্বাচনৰ বাবে প্ৰচাৰ কার্যসূচী৷উত্তৰ প্ৰদেশৰ নির্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই…

বিবাহিতও নাছিল,ব্ৰহ্মচাৰীও নাছিল,কিন্তু ৰাজকুমাৰীৰ লগত কি সম্পর্ক আছিল বাজপেয়ীৰ?

ভালপোৱাক ভালপোৱা হৈয়ে থাকিব দিয়ক,তাৰ কোনো নাম দিব নিবিচাৰিব৷দেশৰ মহান স্বাধীনতা সংগ্ৰামী সকলৰ ব্যক্তিগত প্ৰেমজীৱবনলৈ লক্ষ্য কৰিলে আপুনি অনুধাৱন কৰিব পাৰিব কিছুমান ব্যতিক্ৰম ধাৰনা৷উদাহৰণ নেহৰু৷পত্নীৰ ওপৰিও এডিউনা মাউন্টবেটেন আৰু পদ্মজা নাইডুৰ লগত এটা গাঢ় সম্পর্ক আছিল নেহৰুৰ৷ৰাম মনোহৰ লোহিয়াই এলানিয়া…

অমিত শ্বাহৰ ভিডিও দিয়াৰ বাবে ব্লক হ’ল ইউ টিউব চেনেল ৷ কি হৈছিল চাওক

ভাৰতৰ মূলসুঁতিৰ সংবাদ মাধ্যম কিদৰে চৰকাৰৰ গ্ৰাসত সোমাই পৰিছে তাক নতুনকৈ বাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই ৷ তাৰ মাজতো ডিজিটেল সংবাদ মাধ্যমে সাহসেৰে শাসক পক্ষক সমালোচনা কৰি আহিছে , জনতাৰ প্ৰশ্নসমূহ উত্থাপণ কৰি আহিছে ৷ কিন্তু সেয়াও সহ্য কৰিব পৰা…

খালিস্তানী বিদ্ৰোহী কোন ?

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে আকৌ চৰ্চা হৈছে খালিস্তানৰ প্ৰসংগ ৷ এসময়ৰ আপৰ নেতা কুমাৰ বিশ্বাসে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপণ কৰিছে খালিস্তানী বিদ্ৰোহীৰ লগত সম্পৰ্ক ৰক্ষাৰ অভিযোগ ৷ কুমাৰ বিশ্বাসৰ মতে অৰবিন্দ কেজৰিৱালে স্বাধীন খালিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ…