“কোনোবাই হিমন্তবিশ্ব শৰ্মালৈ এটা ডেটল মাউথৱাছ পঠিয়াই দিব নেকি ?” -গৌৰৱ গগৈ

উত্তৰাখণ্ডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। এক টুইটযোগে গৌৰৱ গগৈয়ে কয় যে “কোনোবাই হিমন্তবিশ্ব শৰ্মালৈ এটা ডেটল মাউথৱাছ পঠিয়াই দিব নেকি ?” সাংসদগৰাকীয়ে হিমন্তবিশ্ব…

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই……

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই। ৮৩ বছৰ বয়সত মৃত্যু হয় উদ্যোগপতি বাজাজৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৰাহুল বাজাজ। ২০০১ চনত পদ্মভূষণ সন্মানো লাভ কৰিছিল বাজাজে। ১৯৬৫ চনত বাজাজ গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰা উদ্যোগপতিজনে ২০২১ বৰ্ষত অধ্যক্ষ পদৰ…

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল ‘বিহু’

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল বিহু। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ৰাজ্য চৰকাৰে আঁতৰাই দিলে ঐচ্ছিক বিষয় বিহু। লগতে আঁতৰাই দিলে স্বদেশ অধ্যয়নৰ পাঠ্যক্রম। আনহাতে স্কুলীয়া শিক্ষাত অন্তর্ভুক্ত হ’ল চাৰিটা নতুন ভাষা। তিৱা, দেউৰী, মিচিং আৰু ৰাভা ভাষা অন্তর্ভুক্ত…

“ডঃ হিমন্ত বিশ্ব শৰ্মাই মানসিক সন্তোলন হেৰুৱাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে”

১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্রী শৰ্মাই নিৰ্বাচনী সভাত অংশগ্রহণ কৰি কংগ্রেছ দলৰ লগতে কংগ্রেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰে। আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছক…

ভাৰতীয় ৰাজনীতিত ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ উদাহৰণ কিমান?

যদিহে সংসদলৈ নিৰ্বাচিত জনপ্ৰতিনিধিসকল চৰিত্ৰৱান ,সমৰ্থৱান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি দায়িত্বশীল হয় , তেন্তে এখন দুৰ্বল সংবিধান থাকিলেও সংসদে দেশসেৱাৰ প্ৰতি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব পাৰিব।’’ –এই কথাষাৰ কৈছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে।ৰত্নাকৰ বাল্মিকী হ’ব পাৰে। হোৱাতো  সম্ভৱ।…

অভিমানী অভিষেকে এৰিব নেকি মমতাৰ সংগ ?

দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ ৷ মহাপৰাক্ৰমী বিজেপিক ধৰাশায়ী কৰি তেও একেসময়তে প্ৰধানমন্ত্ৰিত্বৰো দাবীদাৰ হৈ উঠিল ৷দেশজুৰি আৰম্ভ কৰিলে দলৰ সংগঠন বিস্তাৰৰ কাম ৷ কিন্তু সেই তৃণমূল এতিয়া আভ্যন্তৰীণ সংঘাতত…

এগৰাকী গায়িকা এতিয়া কেনেকৈ মূৰৰ কামোৰণিত পৰিণত হৈছে যোগী আদিত্যনাথৰ বাবে?

উত্তৰ প্ৰদেশৰ প্ৰথম পর্যায়ৰ নির্বাচন শেষ৷পৰবর্তী ৬ টা পর্যায়ৰ বাবে এতিয়া প্ৰস্তুতি প্ৰতিটো ৰাজনৈতিক দলৰ৷এই নির্বাচনৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে মূৰৰ কামোৰণি হিচাপে পৰিগনিত হৈছে এগৰাকী বিশেষ ব্যক্তি৷তেখেত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী নহয়,নহয় সমাজবাদী পার্টিৰ অখিলেশ যাদব অথবা আৰ…

দুই হাজাৰ খালী পদেৰে কেনেকৈ চলিছে অতুল বৰাৰ কৃষি বিভাগ?

 অসমীয়া প্ৰতিদিনত প্ৰকাশিত এক বাতৰি অনুসৰি,কৃষি বিভাগত অতিৰিক্ত সঞ্চালক পদৰ সংখ্যা হৈছে ৫ টা৷কিন্তু লক্ষণীয়ভাবে বিভাগটোত খালি হৈ ৰৈছে অতিৰিক্ত সঞ্চালকৰ ৫ টাকৈ পদ৷একেদৰে বিভাগটোত আছে ১৬ টা যুটীয়া সঞ্চালকৰ পদ৷তাৰবিপৰীতে বিভাগটোত খালী হৈ ৰৈছে ৩ টা যুটীয়া সঞ্চালকৰ পদ৷আনহাতে…