প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি থকা…

আজি ২০ সংখ্যক বড়োলেণ্ড দিৱস

আজি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) দলে কোকৰাঝাৰত ২০ সংখ্যক বিটিচি চুক্তি দিৱস বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচি চুক্তিখন প্ৰাক্তন বিএলটি সংগঠন, কেন্দ্ৰ আৰু অসমৰ ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি আলোচনাত স্বাক্ষৰিত হৈছিল। কোকৰাঝাৰৰ দেবৰগাঁও বড়োলেণ্ড…

পৱন বৰঠাকুৰৰ প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় নেকি আনন্দ মিশ্ৰ?

অৱশেষত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ সন্দৰ্ভত তদন্তকাৰী বিষয়াৰ প্ৰতিবেদন ওলাল।তদন্তত কীৰ্তিকমল বৰাক নিৰ্দোষী বুলি ঘোষণা কৰা হল।ভুৱা এনকাউণ্টাৰ চলোৱা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক চাকৰিৰ পৰা নিলম্বন কৰা হল।কিন্তু অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনত সন্তুষ্ট নহয় নেকি নগাঁও আৰক্ষী?ভুৱা এনকাউণ্টাৰেৰে…

বিজেপিক চান্দা দিলে নিম্নমানৰ দলঙ নিৰ্মানৰ অনুমতি পায় নেকি ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ থকা সময়ত এই প্ৰশ্ন সজোৰে উত্থাপণ হৈছে ৷ বিজেপিক কৌটি টকীয়া চান্দা দিয়া ঠিকাদাৰে নিৰ্মান কৰা দলঙ উদ্বোধনৰ ৩ দিনৰ পাছতে বহি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছে ৷ অসমীয়া প্ৰতিদিন…

হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰীয়ে : মুছকান

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ’ই টোলপাৰ লগাইছে দেশ। ভিডিঅ’ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি “জয় শ্ৰী ৰাম” ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা এটা সমদল আৰু…

শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই কৰিব কৃষকৰ ঋণ পৰিশোধ : প্ৰিয়ংকা গান্ধী

শেহতীয়াকৈ কংগ্ৰেছ দলৰ উন্নতি বিধান শীৰ্ষক ইস্তাহাৰ প্ৰকাশ কৰি দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদৰী কৰে যে শাসনলৈ অহাৰ ১০ দিনৰ ভিতৰতেই উত্তৰ প্ৰদেশৰ সকলো কৃষকৰ ঋণ পৰিশোধ কৰিব দলটিয়ে। তাৰোপৰি অৰ্ধ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ লগতে কোভিড আক্ৰান্ত পৰিয়াল সমূহলৈ…

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ’ল ৰাজ্যৰ ৮০ খন পৌৰসভা নিৰ্বাচনৰ দিন। ৬ মাৰ্চত হ’ব নিৰ্বাচন আৰু ৯ মাৰ্চত হ’ব নিৰ্বাচনৰ ভোট গণনা। শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক সংবাদমেলত এই ঘোষণা আগবঢ়ায় ৰাজ্যিক নিৰ্বাচন আয়োগে। ● মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্ৰুৱাৰী।…

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই পালে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। ১৯ ফেব্রুৱাৰীলৈকে ম্যাদ থাকিব অন্তৱৰ্তীকালীন জামিনৰ। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যায়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে অন্তৰ্ৱতীকালীন জামিন।